Bharatiya Janata Party Hajo Mandal

Bharatiya Janata Party Hajo Mandal Today, the BJP is the only true merit-based democratic political party in India.

In governance, the BJP is committed to the ideals of transparency, efficiency and responsiveness.

বিশ্ববৰণ্য ভাৰত ৰত্ন ভাৰতবর্ষৰ প্ৰাক্তন প্রধানমন্ত্ৰী সম্মানীয় অটল বিহাৰী বাজপেয়ী দেৱৰ পূণ্য তিথিত শ্ৰদ্ধাৰে সোঁৱৰণ কৰ...
16/08/2026

বিশ্ববৰণ্য ভাৰত ৰত্ন ভাৰতবর্ষৰ প্ৰাক্তন প্রধানমন্ত্ৰী সম্মানীয় অটল বিহাৰী বাজপেয়ী দেৱৰ পূণ্য তিথিত শ্ৰদ্ধাৰে সোঁৱৰণ কৰি সেৱা জনাইছো

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টি হাজো মণ্ডলৰ অন্তৰ্গত হালোগাঁও অভয়চৰণ চৌধুৰী ষ্টেডিয়ামত ৰাষ্ট্ৰী...
15/08/2026

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টি হাজো মণ্ডলৰ অন্তৰ্গত হালোগাঁও অভয়চৰণ চৌধুৰী ষ্টেডিয়ামত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'য়।

সমগ্র দেশবাসীক ৮০ তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ।





15/08/2026
ভাৰতীয় জনতা পাৰ্টী, হাজো মণ্ডলৰ সাধাৰণ সম্পাদক মিলন জ্যোতি ঠাকুৰীয়া ডাঙৰীয়াৰ জেঠী মা মাননীয়া নিমাই ঠাকুৰীয়া ডাঙৰীয়ানীৰ ৮...
14/08/2026

ভাৰতীয় জনতা পাৰ্টী, হাজো মণ্ডলৰ সাধাৰণ সম্পাদক মিলন জ্যোতি ঠাকুৰীয়া ডাঙৰীয়াৰ জেঠী মা মাননীয়া নিমাই ঠাকুৰীয়া ডাঙৰীয়ানীৰ ৮১ বছৰ বয়সত এই সংসাৰ এৰি চিৰদিনৰ বাবে বিদায় লয়।
ঈশ্বৰৰ ওচৰত তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটিলৈ হাজো মণ্ডলৰ তৰফৰ পৰা মণ্ডল সভানেত্ৰী লগতে উপ-সভাপতি গিৰীণ কলিতা , মৃণাল কলিতা, সাধাৰণ সম্পাদক সঞ্জীৱ শৰ্মা, লগতে ভগৱান কলিতা আৰু জীতেন দাসে গৈ খবৰ লোৱাৰ লগতে সমবেদনা জ্ঞাপন কৰিলো।🙏
ওঁম শান্তি!?Himanta Biswa SarmamDilip SaikiaiBJP Assam PradeshsBhaskar KalitatBJP North Kamrup Districtct

১৯৪৭ চনৰ ১৪ আগষ্টত দেশ বিভাজনৰ সময়ত কৰুণ পৰিস্থিতিৰ সন্মুখীন হোৱা, নিজৰ শিপাৰ পৰা বিচ্ছিন্ন হোৱা আৰু প্ৰাণ হেৰুওৱা সকলো...
14/08/2026

১৯৪৭ চনৰ ১৪ আগষ্টত দেশ বিভাজনৰ সময়ত কৰুণ পৰিস্থিতিৰ সন্মুখীন হোৱা, নিজৰ শিপাৰ পৰা বিচ্ছিন্ন হোৱা আৰু প্ৰাণ হেৰুওৱা সকলো নিৰীহ নাগৰিক তথা তেওঁলোকৰ পৰিয়ালৰ অসীম ত্যাগ আৰু সংগ্ৰামক শ্ৰদ্ধাৰে সুঁৱৰিছো।

ত্ৰিৰংগ যাত্ৰা ৰামদিয়াHimanta Biswa Sarma Dilip Saikia BJP Assam Pradesh Bhaskar Kalita BJP North Kamrup District
13/08/2026

ত্ৰিৰংগ যাত্ৰা
ৰামদিয়া
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
Bhaskar Kalita
BJP North Kamrup District

ভাৰতীয় জনতা পাৰ্টী , অবিভক্ত হাজো মণ্ডলৰ প্ৰাক্তন  উপসভাপতি , বৰগাঁও নিৱাসী মাননীয় দ্বীপেন কলিতা দাৰ মৃত্যুত গভীৰ শোক প্...
10/08/2026

ভাৰতীয় জনতা পাৰ্টী , অবিভক্ত হাজো মণ্ডলৰ প্ৰাক্তন উপসভাপতি , বৰগাঁও নিৱাসী মাননীয় দ্বীপেন কলিতা দাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ।
তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনাৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰি শোকসন্তপ্ত পৰিয়ালটিলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ৷
ওঁম শান্তি!🙏

09/08/2026
ভাৰতীয় জনতা পাৰ্টি, হাজো মণ্ডলৰ উদ্যোগত “হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা” কাৰ্যসূচী সফল ৰূপায়ণৰ উদ্দেশ্যে হাজো মণ্ডলৰ অন্তৰ্গত ভ...
09/08/2026

ভাৰতীয় জনতা পাৰ্টি, হাজো মণ্ডলৰ উদ্যোগত “হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা” কাৰ্যসূচী সফল ৰূপায়ণৰ উদ্দেশ্যে হাজো মণ্ডলৰ অন্তৰ্গত ভোগৰাম গুনেইবালা পুথিভঁৰালত আজি এখন বিষয়ববীয়া সভা অনুষ্ঠিত কৰা হয়।

আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকাখন প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এক স্বাভিমান. আহক, এই স্বাধীনতা দিৱসত আমি সকলোৱে একত্ৰিত হৈ নিজৰ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলন কৰোঁ আৰু দেশৰ প্ৰতি সন্মান জনাওঁ. হৰ ঘৰ তিৰংগা! জয় হিন্দ! 🇮🇳✨
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
Bhaskar Kalita
BJP North Kamrup District

Address

Hajo

Website

Alerts

Be the first to know and let us send you an email when Bharatiya Janata Party Hajo Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share