Yaa Ummati

Yaa Ummati কোৰান আৰু ইনছানৰ সম্পৰ্ক
Quran aru Insaanor somporko
কোৰান ঐশ্বৰিক বাণী
Quran Oishyorik bani

07/08/2026
07/08/2026

.
বদৰৰ ৩১৩ জন চাহাবাৰ প্ৰস্তুতি কেতিয়াৰ পৰা

04/08/2026

আল্লাহৰ পৰিচয় নাজানিলে সম্পৰ্ক কেতিয়াও মজবুত নহয়

30/07/2026

আল্লাহৰ উপস্থিতি অনুভৱ কৰেনে?

28/07/2026

আপোনাৰ অশান্তিৰ কাৰণ কি হ'ব পাৰে

আল্লাহৰ ওচৰত বিচৰা
26/07/2026

আল্লাহৰ ওচৰত বিচৰা

25/07/2026

যেনেকৈ কাপোৰ লেতেৰা হ'লে ধোৱাৰ প্ৰয়োজন, তেনেকৈ অন্তৰ খনো ধোৱাৰ প্ৰয়োজন

23/07/2026

📚 কাগজত লিক হ'ল প্ৰশ্ন।
বাস্তৱত লিক হ'ল লাখ লাখ পৰিয়ালৰ বিশ্বাস।

কিমান মা-দেউতাই সন্তানৰ সপোন পূৰণ কৰিবলৈ গহনা বন্ধক ৰাখিলে।
কিমান পিতৃয়ে নিজৰ কষ্টৰ উপাৰ্জন Coaching-ৰ ফীছত খৰচ কৰিলে।
কিমান ছাত্ৰ-ছাত্ৰীয়ে নিজৰ যৌৱনৰ মূল্যবান সময় কেৱল এটা সপোনৰ বাবে উৎসৰ্গা কৰিলে।

আজি সেই সপোনবোৰক যদি দুৰ্নীতিৰ বলি হ'ব লগা হয়, তেন্তে সেয়া কেৱল এটা পৰীক্ষাৰ বিফলতা নহয়—এখন দেশৰ বিবেকৰো পৰীক্ষা।

যিসকল শিক্ষাৰ্থীয়ে মানসিক চাপ সহিব নোৱাৰি জীৱন হেৰুৱাইছে, তেওঁলোকৰ ক্ষতি কেতিয়াও পূৰণ হ'ব নোৱাৰে।
আমি তেওঁলোকৰ পৰিয়ালৰ দুখত সমব্যথী।

শান্তিপূৰ্ণ আৰু আইনসন্মতভাৱে ন্যায় বিচাৰি ওলাই অহা প্ৰতিজন শিক্ষাৰ্থীৰ কণ্ঠস্বৰ শুনা হওক।

শিক্ষা ব্যৱসায় নহয়।
শিক্ষা কোনো বিশেষ সুবিধাপ্ৰাপ্ত লোকৰ অধিকাৰ নহয়।
শিক্ষা হৈছে ন্যায়, সমতা আৰু ভৱিষ্যৎ গঢ়াৰ ভেটি।

দোষীক ন্যায়সঙ্গত বিচাৰৰ সন্মুখীন কৰা হওক।
সৎ শিক্ষাৰ্থীৰ সপোনক সুৰক্ষা দিয়ক।

🤲 আল্লাহ আমাৰ দেশক ন্যায়, সততা আৰু আমানতৰ পথত চলাৰ তাওফীক দান কৰক। আমীন।

16/07/2026

14/07/2026

আখিৰাতৰ Investment

Address

Dampur Main Road
Hajo
781102

Website

Alerts

Be the first to know and let us send you an email when Yaa Ummati posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share