Live Assam 24x7

Live Assam 24x7 Happy to be a part of this page
(1)

01/09/2026

ধুবুৰী শ্ৰী শ্ৰী সংকট মচন হনুমান মন্দিৰত শ’শ ভক্তৰ সমাগমৰে পূজা অৰ্চনা৷

01/09/2026

৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জখলাবন্ধাৰ মাজমজিয়াৰ পথটি অতি জৰাজীৰ্ণ হৈ পৰিছে। প্ৰকাণ্ড গাঁত আৰু পানী জমা হোৱাৰ ফলত সঘনাই সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আছে। এই পথেৰে দৈনিক স্কুলীয়া ছাত্ৰ-ছাত্ৰী, পথচাৰী আৰু সৰু-ডাঙৰ বাহন চলাচল কৰে।

01/09/2026

হাজোৰ ঐতিহাসিক ধোপৰগুৰি সত্ৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ ৪৩০ সংখ্যক তিৰোভাৱ তিথি পালন।

31/08/2026

দক্ষিণ কোৰিয়ালৈ উত্তৰ গুৱাহাটীৰ ৬ গৰাকী খেলুৱৈ।

বিশ্ব টাইকোৱানডো চেম্পিয়নশ্বিপলৈ উত্তৰ গুৱাহাটীৰ ৬ গৰাকী খেলুৱৈ যোৱাৰ যো জা ।

চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে কঠোৰ অনুশীলনত ব্যস্ত খেলুৱৈ সকল ।

31/08/2026

দক্ষিণ মান্দাকাটাত ১ নং বাসুদেৱ নামঘৰ নিৰ্মাণৰ শুভাৰম্ভণী বিধায়ক দিগন্ত কলিতাৰ

30/08/2026

মুকালমুৱাৰ ঘোগাত দুৰ্বৃত্তৰ ব্যাপক উপদ্ৰৱ,
দিনত নিৰ্মাণ কৰা দেৱাল নিশাই ভাঙি পেলোৱাৰ গুৰুতৰ অভিযোগ।

30/08/2026

ধুবুৰী পৌৰসভাত মেডিকেল এৱাৰনেছ কাৰ্যসূচী অনুষ্ঠিত

জনসাধাৰণৰ মাজত স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ উদ্দেশ্যে শনিবাৰে ধুবুৰী পৌৰসভাৰ কাৰ্যালয়ত এক মেডিকেল এৱাৰনেছ কাৰ্যসূচী অনুষ্ঠিত হয়।

30/08/2026

ধুবুৰী পৌৰসভাত মেডিকেল এৱাৰনেছ কাৰ্যসূচী অনুষ্ঠিত

জনসাধাৰণৰ মাজত স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ উদ্দেশ্যে শনিবাৰে ধুবুৰী পৌৰসভাৰ কাৰ্যালয়ত এক মেডিকেল এৱাৰনেছ কাৰ্যসূচী অনুষ্ঠিত ।

30/08/2026

কলিয়াবৰৰ এটা বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰতে কণ কণ শিশু সকলৰ চলিছে পাঠদানৰ লগতে খেলা ধূলা। কলিয়াবৰৰ শালবাৰীৰ অগংনবাড়ী কেন্দ্ৰৰ গৃহটোৰ দুৰৱস্থাৰ বাবেই চিন্তিত হৈ পৰিছে কৰ্মী গৰাকীৰ লগতে অভিভাৱকসকলো।

আমাৰ ফালৰ পৰা অলেখ শুভ কামনা থাকিল
29/08/2026

আমাৰ ফালৰ পৰা অলেখ শুভ কামনা থাকিল

Address

Guwahati Hatigaon
Hatigaon

Alerts

Be the first to know and let us send you an email when Live Assam 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Live Assam 24x7:

Shortcuts

Share