Sangbad Prahari অসমীয়া

Sangbad Prahari অসমীয়া No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)

13/09/2025

চন্দন ব্ৰম্ম বিশ্বাসঘাতক।তেওঁ শাস্তিৰ যোগ্য। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এনেদৰে কলে হাগ্ৰামা মহিলাৰীয়ে।

13/09/2025

নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোsতি গগৈয়ে সংবাদমেল সম্বোধন কৰে।বিদেশী বিতাড়ণ, কা আইন, অসম চুক্তি ৰ ৬ নং দফা বিভিন্ন সৰ্ম্পকে তেওঁ প্ৰধানমন্ত্ৰীক প্ৰশ্ন সোধে।

13/09/2025

গুয়াহাটী উচ্চ ন্যাায়ালয়ৰ অধিবক্তা শ্বাহ নৱাজে তেওঁৰ শেহতীয়া ভিডিও বাৰ্তাত ৰাজ্য চৰকাৰৰ দুৰ্নীতি, গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা সংযোগৰ ৰাজ্যী চৰকাৰৰ মিছা অভিযোগৰ বিষয়ে তীব্ৰ সমালোচনা কৰে।

13/09/2025

অসম আমাৰ ৰূপহী গুণৰো নাই শেষ - প্ৰধানমন্ত্ৰীৰ সন্মুখত সুধাকণ্ঠৰ গীত পৰিৱেশন কৰিবৰ বাবে সাজু প্ৰায় ১২০০ শিল্পী।

ৰাজনীতি ত্যাগ কৰি পুনৰ বিনোদনৰ ক্ষেত্ৰলৈ উভতি যোৱা স্মৃতি ইৰাণীৰ মন্তব্য।
13/09/2025

ৰাজনীতি ত্যাগ কৰি পুনৰ বিনোদনৰ ক্ষেত্ৰলৈ উভতি যোৱা স্মৃতি ইৰাণীৰ মন্তব্য।

আজি অসমলৈ আহিব নৰেন্দ্ৰ মোদী I অসমৰ লগতে মণিপুৰ আৰু মিজোৰামত বিভিন্ন চৰকাৰী কাৰ্যসূচীত কৰিব অংশগ্ৰহণ I
13/09/2025

আজি অসমলৈ আহিব নৰেন্দ্ৰ মোদী I অসমৰ লগতে মণিপুৰ আৰু মিজোৰামত বিভিন্ন চৰকাৰী কাৰ্যসূচীত কৰিব অংশগ্ৰহণ I

13/09/2025

ৰাজ্যিৰ ছয় জনগোষ্ঠীক অতি শীঘ্ৰেই জনজাতিকৰনৰ মৰ্যাদা দিবলৈ দাবী যুৱ নেতা আকাশ দলেৰ।

13/09/2025

কামৰূপৰ ডিমু ডোবকত বিবাহিত বোৱাৰীক ঘৰৰ ভিতৰতে হ**ত্যা**ৰ চেষ্টা স্বামী তথা শহুৰ পৰিয়াল ৷মূমূৰ্ষ অৱস্থাত ডোবক আৰক্ষীযে উদ্ধাৰ কৰিলে বোৱাৰী গৰাকীক ৷

কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা৷ বৰং সমস্যাকহে তোমাৰ অধীন কৰা আৰু নি:শেষ কৰা--- ড০ এ পি ...
13/09/2025

কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা৷ বৰং সমস্যাকহে তোমাৰ অধীন কৰা আৰু নি:শেষ কৰা--- ড০ এ পি জে আব্দুল কালাম

12/09/2025

সমাজিক মাধ্যমত দুই মহাৰথীৰ নৃত্য চৰ্চা
কোনজনৰ নৃত্য আপোনাৰ পছন্দৰ। প্ৰদান কৰক মতামত..

11/09/2025

নিজৰ স্বভাৱসিদ্ধ খুহুতীয়া কথনশৈলীৰে ভোটাৰৰ মন জয় কৰিবলৈ হাগ্ৰামা মহিলাৰীয়ে চেষ্টা কৰিছে

11/09/2025

ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী জনসভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ‌ সম্বোধন, থুৰিবাৰী পৰিষদীয় সমষ্টিৰ পালেংবাৰীত ।

Address

Hatigaon Bhetapara Road, Guwahati
Hatigaon
781038

Telephone

+917578801008

Website

Alerts

Be the first to know and let us send you an email when Sangbad Prahari অসমীয়া posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sangbad Prahari অসমীয়া:

Share