AN2 News

AN2 News Your trusted destination for breaking news. Stay informed, empowered, and engaged with latest news. Web portal news

Najir Hussain
04/05/2026

Najir Hussain

এখন সুৰক্ষিত, বিকশিত আৰু আত্মনিৰ্ভৰ অসম গঢ়াৰ যাত্ৰাক আৰু অধিক গতি প্ৰদান কৰাৰ স্বাৰ্থত আজি ৰাতিপুৱাই নাজিৰ হুছেইন ডাঙৰী...
09/04/2026

এখন সুৰক্ষিত, বিকশিত আৰু আত্মনিৰ্ভৰ অসম গঢ়াৰ যাত্ৰাক আৰু অধিক গতি প্ৰদান কৰাৰ স্বাৰ্থত আজি ৰাতিপুৱাই নাজিৰ হুছেইন ডাঙৰীয়া ভোটাধিকাৰ সাব্যস্ত কৰে পৰিয়ালৰ সৈতে।

চামগুৰিৰ প্ৰতিটো হৃদয়ত এটাই নাম—নাজিৰ হুছেইন।মাটিৰ মানুহ, ৰাইজৰ নিজৰ সন্তান। দুখীয়া মানুহৰ ভৰসা, যুৱ প্ৰজন্মৰ শক্তি।সদ...
18/03/2026

চামগুৰিৰ প্ৰতিটো হৃদয়ত এটাই নাম—নাজিৰ হুছেইন।

মাটিৰ মানুহ, ৰাইজৰ নিজৰ সন্তান। দুখীয়া মানুহৰ ভৰসা, যুৱ প্ৰজন্মৰ শক্তি।
সদায় ৰাইজৰ সুখ-দুখত লগত থকা এজন নেতা।

আজি সকলোৰে একে আহ্বান—“প্ৰাৰ্থী হিচাপে নাজিৰ হুছেইনক বিচাৰোঁ।”

বিজেপি নেতৃত্বক বিনম্ৰ অনুৰোধ—ৰাইজৰ এই কণ্ঠক গুৰুত্বসহকাৰে বিবেচনা কৰক।

।।বেছিভাগ চামগুৰিৰ ৰাইজৰ কণ্ঠ।।
Himanta Biswa Sarma Keshab Mahanta Dilip Saikia Sarbananda Sonowal

14/03/2026

সাংসদ ৰকিবুল হুছেইনৰ মন্তব্য আৰু পুত্ৰ তানজিল হুছেইনৰ মন্তব্য। এয়াই কি সঁচা হ'ব নেকি চামগুৰিত । আপোনাৰ মতামত জনাওক comment কৰি।

কংগ্ৰেছে এখন ফাঁকিৰ দোকান চলাই আছেঃ প্ৰধানমন্ত্ৰী মোদী
13/03/2026

কংগ্ৰেছে এখন ফাঁকিৰ দোকান চলাই আছেঃ প্ৰধানমন্ত্ৰী মোদী

13/03/2026

ৰূপহীহাট সমষ্টিত বিধায়ক নুৰুল হুদাৰ উন্নয়নকলৈ আপুনি কিমান সুখী

নবগঠিত টিহু সমষ্টিত বিজেপি দলৰ টিকট পাব পাৰে আঙুৰলতা ডেকাই নভবাকৈ কপাল ফুলিব পাৰে আঙুৰলতা ডেকাৰ
13/03/2026

নবগঠিত টিহু সমষ্টিত বিজেপি দলৰ টিকট পাব পাৰে আঙুৰলতা ডেকাই
নভবাকৈ কপাল ফুলিব পাৰে আঙুৰলতা ডেকাৰ

13/03/2026

কিমান ভয়ংকৰ দৃশ্য। হাতীৰ আক্ৰমণত মৃত্যু এজনৰ

13/03/2026

চামগুৰি সমষ্টিত কোনটো দলৰ পৰা বিধায়ক বিচাৰে?

আপোনাৰ মতামত জনাওক comment কৰি

Address

#26, Kanaklata Path
Hatigaon
781038

Alerts

Be the first to know and let us send you an email when AN2 News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share