Democracy Live 24x7

Democracy Live 24x7 It's a page of Democracy Live 24x7 covering news, analysis, interview etc.

28/09/2025

#এছিয়া কাপ দখলৰ ভাৰতৰ।
ফাইনেলত পাকিস্তানক ৫ উইকেটত হৰুৱালে ভাৰতে।

28/09/2025

°✓ জুবিনক লৈ চৰকাৰৰ চল চাতুৰিত ভৰি নিদিব
°✓ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাৰ আহ্বান


 #গৰিমাৰ গোচৰঅৱশেষত জুবিন গাৰ্গৰ ন্যায়ৰ আনুষ্ঠানিক দাবী সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ। চিআইডিত গোচৰ ৰুজু। এজাহাৰত গৰিম...
28/09/2025

#গৰিমাৰ গোচৰ

অৱশেষত জুবিন গাৰ্গৰ ন্যায়ৰ আনুষ্ঠানিক দাবী সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ। চিআইডিত গোচৰ ৰুজু। এজাহাৰত গৰিমা শইকীয়া গাৰ্গৰ লগতে ভগ্নী ড° পামী বৰঠাকুৰ আৰু খুড়াক মনোজ বৰঠাকুৰৰ স্বাক্ষৰ।


#জুবিন জীয়াই থাকিব।

39 people were killed in a stempede in a political rally of Famous south film actor Vijoy's TVK in  .
28/09/2025

39 people were killed in a stempede in a political rally of Famous south film actor Vijoy's TVK in .

  minister of Assam terms Zubeen Garg's death as murder.Dr Himanta Biswa Sarma was on Facebook Live yesterday.Mentionabl...
28/09/2025

minister of Assam terms Zubeen Garg's death as murder.

Dr Himanta Biswa Sarma was on Facebook Live yesterday.

Mentionable that Legendary singer Zubeen Garg died in a mystery condition in Singapore while swimming.

  Mahilary wins it in style.  Captured 28 out of 40 BTC seats outshining BJP and UPPL.
28/09/2025

Mahilary wins it in style. Captured 28 out of 40 BTC seats outshining BJP and UPPL.

°✓ মহান শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পৰিপ্ৰেক্ষিতত শ্ৰীমন্ত শংকৰদেৱ সংগীত কলা একাডেমীৰ উদ্যোগত ২৮ ছেপ্টেম্বৰত অনুষ্ঠি...
27/09/2025

°✓ মহান শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পৰিপ্ৰেক্ষিতত শ্ৰীমন্ত শংকৰদেৱ সংগীত কলা একাডেমীৰ উদ্যোগত ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া All Indian Classical Dance Competition স্থগিত ৰখা হৈছে। উদ্যোক্তাসকলে এই কথা সদৰি কৰিছে।

26/09/2025

°✓ জুবিন গাৰ্গৰ নামত অসমৰ প্ৰতিটো পৰিয়ালৰ সকলো সদস্যই একোটাকৈ গছপুলি ৰোপণ কৰক
°✓ প্ৰতি বছৰৰ ১৯ ছেপ্টেম্বৰত গছপুলিটোৰ এখন ফটো চ'ছিয়েল মিডিয়াত আপলোড কৰক
°✓ অন্ত্যেষ্টিক্ৰিয়াস্হলীত ডেম'ক্ৰেচী লাইভৰে বাৰ্তালাপত দদৰাৰ এগৰাকী শিক্ষক


#জুবিন জীয়াই থাকিব

26/09/2025

°✓অপৰাধীক কৰায়ত্ব কৰক
°✓ জুবিন অনুৰাগীৰ দাবী


#জুবিন জীয়াই থাকিব

26/09/2025

°✓ জুবিন গাৰ্গৰ মৃত্যুত শোকগ্ৰস্ত সমাজসেৱিকা অঞ্জু বৰা

#জুবিন জীয়াই থাকিব

26/09/2025

°✓ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
°✓ কণ্ঠশিল্পী মুন্না দীপৰ


#জুবিন জীয়াই থাকিব

25/09/2025

°✓ জুবিন যুগ যুগান্তৰলৈ বিয়পি থাকিব...
°✓ কবিতাৰে এই কথা ক'লে প্ৰদীপ কুমাৰ শৰ্মাই


#জুবিন জীয়াই থাকিব

Address

Hatigaon
781038

Telephone

9954254657

Website

Alerts

Be the first to know and let us send you an email when Democracy Live 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Democracy Live 24x7:

Share