Adv Mohibul Hoque

Adv Mohibul Hoque About the Socio-political syetem of our Nation

মই আইনত স্নাতক অৰ্জন কৰা মহাবিদ্যালয়খন...॥
23/10/2025

মই আইনত স্নাতক অৰ্জন কৰা মহাবিদ্যালয়খন...॥

17/09/2025

কৰ্মই হওক উন্নয়নৰ মূলমন্ত্ৰ....। বিগত সময়ছোৱাত আমি দেখিবলৈ পাইঁছো যে আধুনিকীকৰণ আৰু শিল্পায়নৰ মূল চাবিকাঠি হল উন্নতমানৰ কৰ্মদক্ষতা...। আজিৰ দিনত আমেৰিকা যুক্তৰাষ্ট্ৰ , চীন আৰু জাপান আদি দেশত কৰ্মদক্ষতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে যিয়ে দেশবিলাকক এক অনন্য স্হান লাভ কৰিবলৈ সক্ষম কৰে.....॥

05/09/2025

জ্ঞানৰ মুকুতা বিলাই শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ গঢ় দিয়াই নহয়, এখন সুস্থ সমাজ গঢ় দিয়াত তেওঁলোকে অনন্য অৱদান আগবঢ়ায়। আজি 'শিক্ষক দিৱস'ৰ পৱিত্ৰ দিনটোত শিক্ষকসকলৰ ত্যাগ আৰু সেৱাৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ।

প্ৰখ্যাত শিক্ষাবিদ, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ আজি জন্মবাৰ্ষিকীত তেখেতক প্ৰণাম জনাই সমূহ শিক্ষক-শিক্ষয়িত্ৰীলৈ অসম গণ পৰিষদ পৰিয়ালে 'শিক্ষক দিৱস'ৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

01/09/2025
24/08/2025
15/08/2025
12/08/2025
স্বাধীন ভাৰতবৰ্ষৰ অনা-বৃটিছ ভাৰতীয় মূলৰ অসমৰ প্ৰথমজন ৰাজ্যপাল হিচাপে নিয়োগ ছাৰ মুহাম্মদ সালেহ আকবৰ হাইদাৰী ।
09/08/2025

স্বাধীন ভাৰতবৰ্ষৰ অনা-বৃটিছ ভাৰতীয় মূলৰ অসমৰ প্ৰথমজন ৰাজ্যপাল হিচাপে নিয়োগ ছাৰ মুহাম্মদ সালেহ আকবৰ হাইদাৰী ।

ধুবুৰী জিলাৰ পৰা অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা ব্যক্তিগৰাকী মাননীয় শৰৎ চন্দ্ৰ সিংহ দেৱ, ঘৰ চাপৰত তেখেতে ১৯৭৪ চনমান...
08/08/2025

ধুবুৰী জিলাৰ পৰা অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা ব্যক্তিগৰাকী মাননীয় শৰৎ চন্দ্ৰ সিংহ দেৱ, ঘৰ চাপৰত তেখেতে ১৯৭৪ চনমানত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰ(গুৱাহাটি) লৈ স্হানান্তৰিত কৰিছিল।

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Adv Mohibul Hoque posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share