Monitor News Axom

Monitor News Axom Monitor News Axom is fully dedicated Digital News Media of Assam...It is always one step ahead

আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বিজেপি দলৰ সাম্ভাব্য প্রার্থী- হাবিবুৰ ৰহমান ওৰফে বাবুল সমূহ অসমবাসী ৰাইজলৈ পব...
27/05/2026

আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বিজেপি দলৰ সাম্ভাব্য প্রার্থী- হাবিবুৰ ৰহমান ওৰফে বাবুল সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদ-উল-আজহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

Monitor News Axom

26/05/2026
18/05/2026

★মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মহানুৱতা।
★কণ-কণ শিশু সকলক উঠালে নিজৰ হেলিকপ্টাৰত।
★সামাজিক মাধ্যমত ভাইৰেল হিমন্ত বিশ্ব শৰ্মাৰ ভি ডি অ

Monitor News Axom Himanta Biswa Sarma

12/05/2026

◆অসমত NDA 3.0 চৰকাৰৰ শপত গ্ৰহণ
◆দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰূপে শপত হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্ৰীৰ লগতে ৪জন কেবিনেট মন্ত্ৰীৰ শপত

Monitor News Axom

Himanta Biswa Sarma

07/05/2026

★নগাঁৱৰ বৰঘাট বাইপাছত দাউকৈ জ্বলিল এখন বিলাসী বাহন।
★বাইপাছৰ পথত ইউটাৰ্ণ লোৱাৰ সময়তে বাহন খনত এখন ডাম্পাৰে খুন্দিওৱাৰ ফলতেই সংঘটিত হয় এই ঘটনা।
★কথমপি প্ৰাণ ৰক্ষা বাহন খনৰ আৰোহীৰ।
★ভস্মীভূত হোৱা Hyundai AURA বাহনৰ নম্বৰ হৈছে AS01GL 6990 আৰু ডাম্পাৰৰ নম্বৰ হৈছে AS02CC6748
★ ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাৱক বাহিনী উপস্থিত জুই নুমোৱাই।


Monitor News Axom

23/04/2026

ৰূপহীহাট আৰক্ষী থানাৰ ব্যৱস্থাপনা আৰু আমবাগান আৰক্ষী চকীৰ সহযোগত ৰঙালী বিহু উদযাপন।

Monitor News Axom

17/04/2026

★বহু বিতৰ্কৰ অন্তত অৱশেষত মৰ্মিতা মিত্ৰই অসমবাসীৰ লগতে জুবিন গাৰ্গৰ পৰিয়ালৰ ওচৰত ক্ষমা খুজিল।
★জুবিন গাৰ্গৰ মৰ্মিতাৰ বাবে ভগৱান আছিলে আৰু চিৰদিন থাকিব।
★মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ গীত বিকৃত কৰাৰ ধৃষ্টতা নাছিল।
★ অজানিতে ভুল হোৱাৰ বাবে সামাজিক মাধ্যমৰ যোগেদি সকলোৰে ওচৰত ক্ষমা খুজিল মৰ্মিতা মিত্ৰই।
Monitor News Axom

10/04/2026

মিত্ৰতাৰ নামত কংগ্ৰেছে চৰম প্ৰতাৰণা কৰাৰ অভিযোগ দলগাৱঁৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ। ২য় খণ্ড.....

Monitor News Axom Akhil Gogoi Gaurav Gogoi Azizur Rahman

10/04/2026

মিত্ৰতাৰ নামত কংগ্ৰেছে চৰম প্ৰতাৰণা কৰাৰ অভিযোগ দলগাৱঁৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ। ১ম খণ্ড....

Monitor News Axom Akhil Gogoi Gaurav Gogoi Azizur Rahman

09/04/2026

★চামগুৰি সমষ্টিৰ এখন ভোট কেন্দ্ৰ দৃশ্য।
★ভোট দিবলৈ আহি দুয়োপক্ষ লগ হোৱাত লিপ্ত হয় মাৰপিটত।
★প্ৰশাসনৰ লোক উপস্থিত হোৱাত ভোটগ্ৰহণ কেন্দ্ৰ কৰি পলায়ণ দুয়োপক্ষৰ।
★জানিব পৰা মতে ঘৰুৱা লেনদেনৰ আখেজত ভোট কেন্দ্ৰত দেখা পাই দুয়ো পক্ষৰ মাজত লাগিল যুজঁ।

Monitor News Axom High Times

Address

Hatigaon
781038

Website

Alerts

Be the first to know and let us send you an email when Monitor News Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Monitor News Axom:

Share