The News Current

The News Current ▶️জনতাৰ কণ্ঠ,আমাৰ শব্দ✊🏻
▶️স্বাগতম জনাইছোঁ আপোনাক
"The News Current" লৈ।

📌কাৰ কাৰ সপোন মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ, কমেন্ট বক্সত জনাওক।
28/05/2026

📌কাৰ কাৰ সপোন মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ, কমেন্ট বক্সত জনাওক।

27/05/2026

📌 কোনো পিতৃ-মাতৃয়ে নিজৰ দিল্লীত থকা ১৮ বছৰীয়া সন্তানক লিভ ইনত থকাটো নিবিচাৰে। প্ৰথম তিনিজনী পত্নীৰ অনুমতি অবিহেন ৪ নম্বৰ জনী বিয়া কৰোৱাৰ নিয়ম পৃথিৱীত নাই। সদনত UCCৰ সমৰ্থনত পীযুষ হাজৰিকাৰ মন্তব্য।

নতুন দিল্লীত তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।
27/05/2026

নতুন দিল্লীত তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।

  অৱশেষত কংগ্ৰেছে ঘোষণা কৰিলে বিৰোধী দলপতিৰ নাম। ৱাজেদ আলী চৌধুৰীক দলপতি আৰু ডাঃ জয়প্ৰকাশ দাসক উপ-দলপতিৰ দায়িত্ব।
26/05/2026

অৱশেষত কংগ্ৰেছে ঘোষণা কৰিলে বিৰোধী দলপতিৰ নাম। ৱাজেদ আলী চৌধুৰীক দলপতি আৰু ডাঃ জয়প্ৰকাশ দাসক উপ-দলপতিৰ দায়িত্ব।

📌 ৱাজেদ আলী চৌধুৰীক কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি আৰু জয়প্ৰকাশ দাসক উপ-দলপতি হিচাপে নিৰ্বাচিত।
26/05/2026

📌 ৱাজেদ আলী চৌধুৰীক কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি আৰু জয়প্ৰকাশ দাসক উপ-দলপতি হিচাপে নিৰ্বাচিত।

According to reports, Tamil Nadu Chief Minister Vijay reportedly suspended three IPS officers after controversy erupted ...
26/05/2026

According to reports, Tamil Nadu Chief Minister Vijay reportedly suspended three IPS officers after controversy erupted over their conduct before a media briefing related to a sensitive case involving a young girl. The officers allegedly faced criticism for laughing and engaging in casual conversations before the briefing. The action quickly gained attention online with many users calling it a strong message about accountability and sensitivity.

লাব্বাইক আল্লাহুম্মা লাব্বাইক পবিত্র ধ্বনিতে মুখরিত আরাফাতের ময়দান!🥰
26/05/2026

লাব্বাইক আল্লাহুম্মা লাব্বাইক পবিত্র ধ্বনিতে মুখরিত আরাফাতের ময়দান!🥰

26/05/2026

📌 बकरीद के मौके पर विधानसभा से मुख्यमंत्री ने असम के मुसलमानों को सार्वजनिक धन्यवाद दिया। इस बार असम में मुसलमान समाज ने गो-धन से संबंधित सभी लागू नियमों का पालन किया। हिंदू धर्म का सम्मान करने के लिए असम के मुसलमान सराहना के पात्र हैं।

📌 বকৰীদৰ প্ৰাকক্ষণত বিধানসভাৰ পৰাই অসমৰ মুছলমানক ৰাজহুৱা ধন্যবাদ মুখ্যমন্ত্ৰীৰ। এইবাৰ অসমত ক'তোৱে গো ধনৰ ক্ষেত্ৰত প্ৰযোজ্য নিয়ম পালন নকৰে মুছলমান সমাজে। হিন্দু ধৰ্মক সন্মান জনোৱাৰ বাবে অসমৰ মুছলমান ধন্যবাদৰ পাত্ৰ

📌 On the eve of Bakrid, the Chief Minister expressed public thanks to the Muslims of Assam from the Assembly. This time, Muslims in Assam have followed the applicable rules regarding cattle everywhere. For respecting the Hindu religion, the Muslims of Assam deserve appreciation.


#असम #बकरीद #ईदउलअजहा #एकता #सम्मान #सद्भाव #भारत #शांति

26/05/2026

📌 বকৰীদৰ প্ৰাকক্ষণত বিধানসভাৰ পৰাই অসমৰ মুছলমানক ৰাজহুৱা ধন্যবাদ মুখ্যমন্ত্ৰীৰ। এইবাৰ অসমত ক'তোৱে গো ধনৰ ক্ষেত্ৰত প্ৰযোজ্য নিয়ম পালন নকৰে মুছলমান সমাজে। হিন্দু ধৰ্মক সন্মান জনোৱাৰ বাবে অসমৰ মুছলমান ধন্যবাদৰ পাত্ৰ।

Congratulations
25/05/2026

Congratulations

25/05/2026

📌 লিখিত ভাষণ পাঠ বিধায়ক শিলাদিত্য দেৱৰ
অধ্যক্ষক অভিযোগ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু অখিল গগৈৰ.....

#অসম

Address

Hojai

Telephone

+918876577244

Website

Alerts

Be the first to know and let us send you an email when The News Current posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share