The News Current

The News Current ▶️জনতাৰ কণ্ঠ,আমাৰ শব্দ✊🏻
▶️স্বাগতম জনাইছোঁ আপোনাক
"The News Current" লৈ।

08/07/2026
08/07/2026

Show some support this channel

📌 যোৱা উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অভূতপূৰ্ব ফলাফল কঢ়িয়াই অনা নীলবাগানস্থিত M.M College of Science,Arts & Commerce...
02/07/2026

📌 যোৱা উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অভূতপূৰ্ব ফলাফল কঢ়িয়াই অনা নীলবাগানস্থিত M.M College of Science,Arts & Commerce,Nilbaganত এক Student Motivational Program ত উপস্থিত থাকে বিন্নাকান্দি বিধানসভা সমষ্টিৰ যশস্বী বিধায়ক Maulana Badruddin Ajmal চাহাব।

ক'ত আছে এই ঠাই ক'ব পাৰিব নে?
23/06/2026

ক'ত আছে এই ঠাই ক'ব পাৰিব নে?

বৃহত্তৰ হোজাই জিলাৰ বৰহাঁওৰ স্থিত দীঘলজাৰ ৰাজ্যিক চিকিৎসালয়ত যোগদান কৰিব সকলোৰে সু পৰিচিত অসমৰ আগশাৰীৰ এটা বেচৰকাৰী সংস্...
22/06/2026

বৃহত্তৰ হোজাই জিলাৰ বৰহাঁওৰ স্থিত দীঘলজাৰ ৰাজ্যিক চিকিৎসালয়ত যোগদান কৰিব সকলোৰে সু পৰিচিত অসমৰ আগশাৰীৰ এটা বেচৰকাৰী সংস্থা মৰ্কজুল মা-আৰিফৰ প্ৰৱন্ধক তথা নীলবাগনৰ বিশিষ্ট সু-নাগৰিক খলিলুৰ ৰহমান লস্কৰ চাহাবৰ একমাত্ৰ কন্যা ডা:ছাদিয়া তাচনিম!
তদুপলক্ষে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ পৰা দোৱা আশীৰ্বাদ লোৱাৰ উদ্দেশ্যে উপস্থিত থকা সময়ৰ এক সুন্দৰ মূহুৰ্ত!!
আশা কৰোঁ ডক্টৰ ছাদিয়া তাছনিমে এই অঞ্চলৰ দুখীয়া ৰাইজক সদায় নিজৰ আপোজন বুলি গণ্য কৰি শ্ৰেষ্ঠ সেৱা আগবঢ়াব!!
ডক্টৰ ছাদিয়া তাছনিমৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ!!

আজিৰ এক বিৰল দৃশ্য!আজি AIUDF দলৰ সভাপতি তথা বিন্নাকান্দি সমষ্টিৰ সন্মানীয় বিধায়ক মৌলানা বদৰুদ্দিন আজমল চাহাবে ১৬ তম অস...
22/06/2026

আজিৰ এক বিৰল দৃশ্য!
আজি AIUDF দলৰ সভাপতি তথা বিন্নাকান্দি সমষ্টিৰ সন্মানীয় বিধায়ক মৌলানা বদৰুদ্দিন আজমল চাহাবে ১৬ তম অসম বিধান সভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ গৌৰৱময় অনুষ্ঠানৰ স্থিৰ আলোকচিত্ৰ !!
অসম বিধানসভায অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এখন ফুলাম গামছারে জননেতা মাওলানা বদৰউদ্দিন আজমল চাহাবক উষ্ণ সম্বর্ধনা ও অভিনন্দন জানোৱা এক বিৰল দৃশ্য!!

আপুনিও জনাওক শুভেচ্ছা 🎉 আমাৰ অঞ্চলৰ বাবে আন এক গৌৰৱ।সদ্য ঘোষিত চিকিৎসা বিজ্ঞানৰ MBBS পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে হ...
20/06/2026

আপুনিও জনাওক শুভেচ্ছা 🎉 আমাৰ অঞ্চলৰ বাবে আন এক গৌৰৱ।

সদ্য ঘোষিত চিকিৎসা বিজ্ঞানৰ MBBS পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে হোজাই হাতীখালিৰ আব্দুল হান্নান চাহাবৰ পুত্ৰ হাফিজুৰ ৰহমান।

ডাঃ হাফিজুৰ ৰহমানলৈ আমাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা আৰু অভিনন্দন।

শোক বাৰ্তা     ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিউনঅত্যন্ত দুখ আৰু গভীৰ শোকৰ সৈতে জনোৱা গৈছে যে হোজাই জিলাৰ তেৰাপুৰ নি...
18/06/2026

শোক বাৰ্তা
ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিউন

অত্যন্ত দুখ আৰু গভীৰ শোকৰ সৈতে জনোৱা গৈছে যে হোজাই জিলাৰ তেৰাপুৰ নিবাসী, সমাজসেৱী আৰু সৰ্বজনশ্ৰদ্ধেয় ব্যক্তি চিফত আলী ডাঙৰীয়া আজি ৰাতিপুৱা প্ৰায় ১১ বজাত ইহলোক ত্যাগ কৰে।

মৰহুম চিফত আলী ডাঙৰীয়াই দীৰ্ঘ প্ৰায় ২৪ বছৰ ধৰি মাৰ্কাজৰ সৈতে জড়িত হৈ নিষ্ঠা, সততা আৰু একাগ্ৰতাৰে সেৱা আগবঢ়াই আহিছিল। মাৰ্কাজ স্কুলৰ গাড়ী পৰিচালনাৰ পৰা আৰম্ভ কৰি অগণন ল'ৰা-ছোৱালীৰ কল্যাণ আৰু সেৱাত তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। তেওঁৰ কৰ্মনিষ্ঠা, সৰলতা, নম্ৰ ব্যৱহাৰ আৰু মানৱীয় গুণৰ বাবে তেওঁ সকলোৰে মাজত অতি জনপ্ৰিয় আৰু শ্ৰদ্ধাৰ পাত্ৰ আছিল।

তেওঁৰ মৃত্যুত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন, বন্ধু-বান্ধৱ, মাৰ্কাজ পৰিয়াল তথা সমগ্ৰ হোজাই জিলাই এজন নিবেদিতপ্ৰাণ সেৱক আৰু সুহৃদ ব্যক্তিক হেৰুৱালে।

মৰহুমৰ জানাজাৰ নামাজ আজি সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ'ব। সকলো শুভাকাংক্ষী, আত্মীয়-স্বজন আৰু ধৰ্মপ্ৰাণ ৰাইজক জানাজাত অংশগ্ৰহণ কৰি মৰহুমৰ বাবে দোআ কৰাৰ বাবে বিনম্ৰ অনুৰোধ জনোৱা হৈছে।

আল্লাহ তাআলাই মৰহুমক জান্নাতুল ফিৰদাউছ নছীব কৰক,আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ তৌফিক দান কৰক।
ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন।
আল্লাহে তেখেতক জান্নাত নছীব কৰক। 🤲🏻
#ইন্তেকাল

Address

Hojai

Telephone

+918876577244

Website

Alerts

Be the first to know and let us send you an email when The News Current posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share