ASSAM TIME 24

ASSAM TIME 24 সোতৰ বিপৰীতে ৰাইজৰ স্বার্থত সদায় আমি আগত
(3)

25/08/2025
অকল কংগ্ৰেছেই মাদানীৰ চাহাবৰ ওচৰত নাযায় বিজেপি ও মাদানী চাহাবৰ ওচৰত যায় ।     মুখ‍্যমন্ত্ৰী মহোদয় জমিয়ত ওলেমা ই হিন্দৰ ই...
24/08/2025

অকল কংগ্ৰেছেই মাদানীৰ চাহাবৰ ওচৰত নাযায় বিজেপি ও মাদানী চাহাবৰ ওচৰত যায় ।

মুখ‍্যমন্ত্ৰী মহোদয় জমিয়ত ওলেমা ই হিন্দৰ ইতিহাস হ’ল সংগ্ৰামৰ । ইতিহাসৰ পাতত জমিয়ত আৰু RSS ৰ পৃষ্ঠাভৰি লিখা আছে এবাৰ পঢ়ি চাৱ


Indian National Congress



24/08/2025

নামনি অসমত কিয় কিছুমান মানুহ ভ্ৰমণ কৰি আছে।
অসম অসান্ত কৰাৰ পৰিকল্পনা কৰি আছে নে ?
Himanta Biswa Sarma

#অসমীয়ানিউজ

24/08/2025

#অসমীয়ানিউজ Yadav

23/08/2025

মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিয় দিলে ?

#অসমীয়ানিউজ

20/08/2025

#অসমীয়ানিউজ Himanta Biswa Sarma

19/08/2025

বেদখলমুক্ত বনাঞ্চলৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়...

বনাঞ্চলৰ ভূমিক অবৈধভাৱে দখল কৰিবলৈ দিয়া নহ'ব । উপযুক্ত ব্যৱস্থাৰে সংৰক্ষণ কৰা হ'ব এই ভূমি । বনাঞ্চলৰ ভূমিত অবৈধ বেদখলৰ বাবে সংশ্লিষ্ট চৰকাৰী বিষয়া দায়ী হ'ব । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ জৰিয়তে ইমান দিনে চৰকাৰ আহিলে উচ্ছেদিত ভূমি ঘূৰাই দিম বুলি কংগ্ৰেছে কৰি অহা তুষ্টিকৰণৰ বাট সমূলি বন্ধ হ'ল ।

#অসমীয়ানিউজ Himanta Biswa Sarma Pijush Hazarika

18/08/2025

BTR ৰ CM কোন হব মাননীয় মুখ্যমন্ত্ৰী এনেদৰে কয়

#অসমীয়ানিউজ Himanta Biswa Sarma

18/08/2025

তৰ্ক প্ৰতিযোগিতাত

#অসমীয়ানিউজ

17/08/2025

#অসমীয়ানিউজ Gaurav Gogoi Akash Doley Akhil Gogoi Lurinjyoti Gogoi Rahul Gandhi

17/08/2025

যিজন সাংসদে সংসদত পাকিস্তানৰ গুণ গৰিমা গায়, যাৰ পৰিয়ালৰ ৩জনেই বিদেশী, সিহঁতৰ ধৰ্ম কি সেইটোও মানুহে নাজানে। তেনেকুৱা মানুহৰ পৰা কোনেও শিক্ষা ল'ব নালাগে। শংকিত হৈ মোৰ মিটিঙত মানুহ বেছি হোৱাটো ভাল কথা। গৌৰৱ গগৈক সমালোচনা মুখ্যমন্ত্ৰীৰ।
নে দিন ভাল হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য।

#অসমীয়ানিউজ Himanta Biswa Sarma News live

17/08/2025

বিজেপিৰ B টীম AIUDFৰ সৈতে কংগ্ৰেছে মিত্ৰতা নকৰে : গৌৰৱ গগৈ
কিমান সঁচা মিছা আপোনালোকৰ মন্তব্য লিখক আমাৰ কমেন্ট বক্সত

Address

Changmaji
Hojai
782440

Alerts

Be the first to know and let us send you an email when ASSAM TIME 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ASSAM TIME 24:

Share