Voice of Murajhar

Voice of Murajhar নিৰপেক্ষ সংবাদ পৰিৱেশন কৰা আমাৰ লক্ষ্য।
(3)

16/07/2025

📌হিমন্তই আমাৰ অসমৰ মাটি আদানি/আমবানী দি দিছে
📌মন্তব্য কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ

কাৰ কাৰ্যকাল ভাল আছিল?কংগ্ৰেছ নে বিজেপি?
16/07/2025

কাৰ কাৰ্যকাল ভাল আছিল?
কংগ্ৰেছ নে বিজেপি?

16/07/2025

মুছলমান কোনো লোকৰ মৃত্যু হ'লে যোগাযোগ
Ph : 70865 88009

হোজাই জয়নগৰত দুৰ্ঘটনা সংঘটিত কৰা AS31C1702 নম্বৰৰ ট্ৰাক মোৰাঝাৰ আৰক্ষীয়ে জব্দ কৰিছে। দুৰ্ঘটনাত আহত বাইক আৰোহীজন বৰ্তমা...
15/07/2025

হোজাই জয়নগৰত দুৰ্ঘটনা সংঘটিত কৰা AS31C1702 নম্বৰৰ ট্ৰাক মোৰাঝাৰ আৰক্ষীয়ে জব্দ কৰিছে। দুৰ্ঘটনাত আহত বাইক আৰোহীজন বৰ্তমান চিকিৎসাধীন অৱস্থাত।

11/07/2025

মোৰাঝাৰৰ Rise up tutorial center ত নিশাৰ ভাগত পাঠদান চলি আছে।
যোগাযোগ নম্বৰ-+917663943449

11/07/2025

নীলবাগানত ভ*য়ং*কৰ পথ দুৰ্ঘ*টনা

লাহৰীঘাটত দুই পঞ্চায়ত সদস্যৰ পদ খাৰিজ।দুয়োগৰাকী সদস্য বাল্যবিবাহৰ সৈতে জড়িত থকাৰ অভিযোগ।
11/07/2025

লাহৰীঘাটত দুই পঞ্চায়ত সদস্যৰ পদ খাৰিজ।
দুয়োগৰাকী সদস্য বাল্যবিবাহৰ সৈতে জড়িত থকাৰ অভিযোগ।

11/07/2025

I got over 200 reactions on one of my posts last week! Thanks everyone for your support! 🎉

10/07/2025

পঞ্চায়ত গঠনকলৈ উত্তপ্ত পৰিস্থিতি।

10/07/2025

বিন্নাকান্দিৰ চাৰিংপথাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে জালিয়াতিৰে মেট্ৰিকত উত্তীৰ্ণ হোৱাৰ অভিযোগ

09/07/2025

আমছুৱে জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা লম: মুখ্যমন্ত্ৰী।

09/07/2025

এখন মছজিদ ভাঙি পেলোৱা হৈছে

Address

Nagaon

Telephone

+919954911164

Website

Alerts

Be the first to know and let us send you an email when Voice of Murajhar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Voice of Murajhar:

Share