TREND of ASSAM

TREND of ASSAM যন্ত্ৰণাত ভূগি থকাত কৈ মুকলি কে আমাক জনাওক চিন্তা আপোনাৰ বাতৰিৰ উপস্থাপন দায়িত্ব আমাৰ

10/07/2026

📌ডবকাৰ বিভিন্ন অঞ্চলত হব বৃহৎ উচ্ছেদ অভিযান।
📌হাটে-বজাৰে অভিযান চলাব প্ৰশাসনৰ লোকে। 📌অবৈধ ভাৱে চলোৱা বজাৰৰ বিৰুদ্ধে সৰৱ বিন্নাকান্দি উন্নয়নৰ খণ্ডৰ বিষয়া মানৱ জ্যোতি বস্য।

02/07/2026

MGNREGA সলনি এতিয়া হল VB-G RAM G আঁচনি। এতিয়াৰে পৰা পঞ্চায়ত সমূহত থাকিব VB-G RAM G - ৰ আঁচনি। MGNREGA তকৈ বেছি সুবিধা উপলদ্ধ থাকিব VB-G RAM G আঁচনিত।

22/06/2026

এগৰাকী কবিৰাজক জেলৰ পৰা মুকলি কৰি দিয়াৰ দাবী জনাইছে বহু ৰোগীৰ পৰিয়ালে।

20/06/2026

ডবকাৰ কৃষিপাম নিগমত নামঘৰ'ৰ বাবে ভুমি বিচাৰি আবেদন স্থানীয় লোকৰ।

19/06/2026

চৰকাৰী যিকোনো আঁচনি ৰাইজৰ মাজলৈ সকলোকে দিবলৈ চেষ্টা অসম চৰকাৰৰ।
আজি বিন্নাকান্দি সমষ্টিৰ চাংমাজি গাওঁ পঞ্চায়তত সাধাৰণ ৰাইজক অৱগত বিষয়া সকলৰ।

15/06/2026

📌হোজাইৰ নীলবাগানত বন বিভাগৰ অভিযান।
📌বন বিভাগৰ অভিযানত জব্দ কৰে এখন অগৰু ভৰ্তি ট্ৰাক।
📌উজনিৰ পৰা হোজাইলৈ গৈ থকা সময়ত বন বিভাগে জব্দ কৰে ট্ৰাকখন।

13/06/2026

কমৰুজ জামানৰ কল ৰেকৰ্ডিং সামাজিক মাধ্যমত ভাইৰেল।

10/06/2026

মহিলাৰ হাতত প্ৰা/ণ যোৱা নাই কুতুব উদ্দিনৰ! কোনে হ/ত্যা কৰিছে তদন্তৰ দাবী আৰক্ষীক! যোৱা কালি বিন্নাকান্দিত সংঘটিত হোৱা ঘটনাৰ বিৱৰণ দিলে অভিযুক্ত'ই!Ll

07/06/2026

মই এজন হিন্দু। মোৰ ধৰ্মগুৰু শংকৰ দেৱ - মাধদেৱক কোনোবাই অপমান কৰিলে যেনেকৈ সহ্য নকৰো তেনেকৈ হজৰত মহম্মদক কোনোবাই অপমান কৰিলেও সহ্য নকৰো"-

ৰাইজৰ দলৰ উপ সভাপতি বেদান্ত লস্কৰ

04/06/2026

📌অসম কঁপাবলৈ আহিছে “ভাইৰেল কৃষ্ণ”
📌সামাজিক মাধ্যমত ইতিমধ্যে সৃষ্টি কৰিছে ব্যাপক চৰ্চা।

Address

Hojai
782439

Telephone

+917575975028

Website

Alerts

Be the first to know and let us send you an email when TREND of ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TREND of ASSAM:

Shortcuts

Share

Category