
11/09/2025
হোজাই জিলাৰ কেইজনমান যুৱকে মিলি দুখীয়া ৰাইজক বিভিন্ন ধৰণৰ সহায় কৰিবলৈ আগবাঢ়ি আহিছে । ইতিমধ্যে বহুকেইজন লোককে সহায় কৰিবলৈ সক্ষম হৈছে এই কেইজন যুৱকে । অভিনন্দন আৰু শুভেচ্ছা থাকিল Al Sunna Helping Foundation লৈ ।।
এই ফাউণ্ডেশ্যনৰ official page or link https://www.facebook.com/share/1Fke6HLzEL/ অনুগ্ৰহ কৰি সকলোৱে follow কৰি দিব ।। ধন্যবাদ ।।