Sarmul vlags

Sarmul vlags Well Come to my page and YouTube channel MD sarmul do subscribe and follow me.

▪️অকালতে হেৰাই গ'ল এজন প্ৰতিভাৱান ছাত্ৰ। নাম, ছাজিদ আলম।▪️ আজি ডবকা- আমবাৰী পথৰ গণিপুৰত হোৱা এক পথ দুৰ্ঘটনাত অকালতে মৃত্...
16/08/2025

▪️অকালতে হেৰাই গ'ল এজন প্ৰতিভাৱান ছাত্ৰ। নাম, ছাজিদ আলম।
▪️ আজি ডবকা- আমবাৰী পথৰ গণিপুৰত হোৱা এক পথ দুৰ্ঘটনাত অকালতে মৃত্যুবৰণ কৰে ছাজিদ আলমে।
▪️ছাজিদ আলম SIMS য় দ্বাদশ শ্ৰেণীৰ ছাত্ৰ।
▪️আমবাৰী উত্তৰ নোৱাবিলৰ আনোৱাৰ হুছেইনৰ দ্বিতীয় পুত্ৰ আছিল ছাজিদ আলম।
▪️পঢ়া লেখাৰ ক্ষেত্ৰত ছাজিদ আলম এগৰাকী মেধা সম্পন্ন ছাত্ৰ আছিল।
▪️ছাজিদ আলম আমবাৰী জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ।
▪️উক্ত দুৰ্ঘটনাত গুৰুতৰভাবে আহত হয় ডবকা হাজী আনফৰ আলী কলেজৰ এগৰাকী ছাত্ৰী।
▪️ছাত্ৰী গৰাকীৰ নাম ছাবিনা ইয়াছমিন বুলি জানিব পৰা গৈছে।
▪️আহত ছাত্ৰী গৰাকীৰ ঘৰ আমবাৰীৰ হাতীখালিত গাঁৱত।
▪️ছাজিদ আলমৰ অকাল মৃত্যুত বৃহত্তৰ আমবাৰী অঞ্চলত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

17/07/2025

গোৱালপাৰাৰ পাইকাণৰ উচ্ছেদস্থলীত আৰক্ষীৰ গু*লি*চালনা। উচ্ছেদ চলাবলৈ যোৱা আৰক্ষী, প্ৰশাসনৰ লোকক বাধা দিছিল।
゚viralシfypシ゚viralシalシ

09/07/2025
08/07/2025

চাপৰ উচ্ছেদৰ পূৰ্বে মছজিদত অন্তিম আজান ;
একমাত্ৰ ধৰ্মীয় বিদ্বেষ আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ জৰিয়তে নিজৰ গাদি ৰক্ষাৰ পৰিকল্পনাৰ অংশ। এই কাৰ্য্যত আমাৰ কিছু মুনাফিক একাংশৰ সহযোগ আছে সেইটো হে দুৰ্ভাগ্যজনক। এই মুনাফিক, মিৰ্জাফৰ সকলক ইতিহাসে মনত ৰাখিব। "আল্লাহু আকবাৰ"

22/06/2025

Hi everyone! 🌟 You can support me by sending Stars – they help me earn money to keep making content that you love.

Whenever you see the Stars icon, you can send me Stars.

20/06/2025

The power of iran.

Address

Hojai

Alerts

Be the first to know and let us send you an email when Sarmul vlags posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sarmul vlags:

Share