North East Media

North East Media we always give you true information

05/02/2026

আজি মৌলানা মোস্তাক আনফৰ চাহাবৰ নেতৃত্বত ভৰমপুৰ সমষ্টিৰ কচুৱা লুটোমাৰি উচ্ছেদিত ৰাইজৰ মাজত অসম ৰাজ্যিক জমিয়ত তথা আনফৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা প্ৰায় চাৰি শতাধিক উচ্ছেদিত পৰিয়ালৰ মাজত কম্বল. তিৰপাল আৰু খুৱাখাদ্যৰ যোগান ধৰি দিয়ে। #অসমীয়ানিউজ

04/02/2026

03/02/2026

হোজাই যোগিজান সমবায় কাৰ্য্যলয়ৰ সন্মুখত নতুন কৈ মুকলি কৰা হয় Unique Family Restaurant এখন সুন্দৰ হোটেল যত আপোনালোকে অতি কম দামত পেট ভৰাই খাবলৈ পাব। লগতে বিভিন্ন ধৰণৰ ফাৰ্ষ্ট ফুড বিৰিয়ানী ইত্যাদি. খাবলৈ পাব। #অসমীয়ানিউজ

01/02/2026

চাকৰি. চাকৰি. চাকৰি. প্ৰায় ৩০ হেজাৰ চাকৰি হাতত লৈ অসমত অৱস্থিত হৈ সদুৰ বেংগালুৰুৰ পৰা অসমৰ হোজাই জিলাৰ গোপাল নগৰ অঞ্চলৰ উদীয়মান যুৱক Mr. Rohim Uddin ডাঙৰীয়া। HSLC .HS. GRADUATION. কৰা সকলো নিবনুৱা যুৱক যুৱতীক ১০০% চাকৰি দিব পাৰিব তেখেতে। ভিডিঅত দিয়া QR scan kori from ফিলাফ কৰক। হয় আজি আজমল মাৰ্কজুল মা আৰিফত ১০০ নিবনুৱাৰ যুৱক যুৱতীক লৈ এক ডাঙৰ সভা অনুষ্ঠিত কৰা হয়।

সংবাদ মাধ্যমৰ লগত জঢ়িত প্ৰতিজন সংবাদ কৰ্মিলৈ আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আন্তৰিক অভিনন্দন ও শুভেচ্ছা যাচিছোঁ । ধন্যবাদ।
16/11/2025

সংবাদ মাধ্যমৰ লগত জঢ়িত প্ৰতিজন সংবাদ কৰ্মিলৈ আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আন্তৰিক অভিনন্দন ও শুভেচ্ছা যাচিছোঁ । ধন্যবাদ।

05/11/2025

হোজাই নিলবাগাণ ইছলাম নগৰ জিলা পৰিষদ ফুজাইল আহমেদ ডাঙৰীয়াৰ কিছু মন্তব্য।

হোটেলত বহি বহি চাহ খাই খাই অকল মেল মিটিং কৰিলেই নহবপঞ্চায়তৰ উন্নতি কৰাটো হে আমি আপোনালোকৰ পৰা আশা কৰো।
29/10/2025

হোটেলত বহি বহি চাহ খাই খাই অকল মেল মিটিং কৰিলেই নহব
পঞ্চায়তৰ উন্নতি কৰাটো হে আমি আপোনালোকৰ পৰা আশা কৰো।

03/10/2025

(GPL) GOPAL NAGAR PREMIER LEAGUE SEASON 1-2025 AUCTION LIVE BROADCAST

New release song... Watch full🎵 song on YouTube
02/10/2025

New release song... Watch full🎵 song on YouTube

tara mara dil hai close close lyrics.. Nasir Ahmedsing.. Ai

Watch full song🎵 on YouTube
30/09/2025

Watch full song🎵 on YouTube

This song dedicated to our legendary singer Zubeen Garg song Name.. Tume amar sokur kajollyrics by.. Nasir Ahmedsinger... Ai

Address

Hojai
Hojai
782435

Telephone

+916002123848

Website

Alerts

Be the first to know and let us send you an email when North East Media posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to North East Media:

Share