LIVE OF HOJAI

LIVE OF HOJAI কেৱল ৰাইজৰ বাবে উৎসৰ্গিত।।দায়বদ্ধতাৰ প্ৰতিশ্ৰুতিৰে সত্যৰ পথত এখোজ
Assam's trusted news source.

Timely updates, true stories & alerts that matter
Stay informed, stay ahead.

24/05/2026

এক্সন মোডত হোজাই বিদ্যালয় সমুহৰ পৰিদৰ্শক৷

23/05/2026

আগন্তুক ঈদত গৰু কুৰবাণী নিদিবৰ বাবে আহ্বান জনালে হোজাই টাউন ঈদগাহ কমিটিয়ে।গৰু কুৰবাণী দিয়াটো বাধ্যতামূলক নহয় ই বিকপ্লহে

22/05/2026

হোজাই চহৰৰ ফল মূলৰ ব্যৱসায়িক প্ৰতিষ্ঠানত খাদ্য সুৰক্ষা বিভাগৰ অভিযান।।

সাধাৰণ জনতাৰ স্বাস্থ্যৰ সৈতে খেলা কৰি থকা ধুৰন্ধৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে চলিল অভিযান।।

22/05/2026

হোজাই বিধায়ক শিলাদিত্য দেবে মুছলমানক লৈ গুৰুত্বপূৰ্ণ মন্তব্য

21/05/2026

➡️হোজাই ত প্ৰচণ্ড ব্ৰজপাত।।

21/05/2026

লামডিং সমষ্টিবাসী ৩য় বাৰৰ পৱিত্ৰ অসম বিধান সভাত শপত গ্ৰহণ শিবু মিশ্ৰ..

21/05/2026

ধৰ্মৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য দি হোজাই আৰক্ষীৰ জালত এজন ব্যক্তি।।

কুৰবাণীৰ বাবে গৰু ক্ৰয় কৰি হিন্দু ধৰ্মৰ বিৰুদ্ধে বিৰূপ মন্তব্য

21/05/2026

অসম বিধান সভা ৰ পৰবৰ্তী পাছ বছৰ বাবে হোজাই বিধায়ক শিলাদিত্য দেৱৰ শপত গ্ৰহণ।।

20/05/2026

শপত গ্ৰহণ কৰা পিছতে জুবিন ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা..

মুখ্যমন্ত্ৰী এখন  পুৰণি  photo কোন জন  COMETS  কৰি জনাব
20/05/2026

মুখ্যমন্ত্ৰী এখন পুৰণি photo কোন জন COMETS কৰি জনাব

20/05/2026

সমগ্ৰ দেশৰ লগতে হোজাই চহৰতো ঔষধ ব্যৱসায়ী সকলৰ ধৰ্মঘট পালন।

Address

Hojai
Hojai
782435

Alerts

Be the first to know and let us send you an email when LIVE OF HOJAI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share