Hojai 24 Assam

Hojai 24 Assam সত্য ৰ অনুসন্ধানত ! ৰাইজৰ মাজত!! ৰাইজৰ কাষত !!!
(1)

23/02/2026

"জনসম্পৰ্ক যাত্ৰা"ক বাধা দিবলৈ গৈ গণৰোষত বিজেপিৰ পালিনেতা ।

নগাঁও-বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত পলাশনি তেলিয়া পহুকটা পঞ্চায়তৰ ডিফলুৰ দেওধৰ গাঁ‌ৱত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকাৰ "জনসম্পৰ্ক যাত্ৰা"ত উৰিয়াগাঁ‌ৱৰ বিজেপি যুৱ মৰ্চাৰ অতনু বৰাই বাধা প্ৰদান কৰাৰ অভিযোগ।

স্থানীয় ৰাইজৰ ৰোষত পৰি বিজেপিৰ পালিনেতা জনে পলায়ন কৰাৰ দৃশ্য ভাইৰেল...




Hojai 24 Assam

21/02/2026

📌ৰাজীৱ ভৱনৰ সন্মুখত উত্তপ্ত পৰিস্থিতি ।

📌বিজেপি যুৱ মৰ্চা, অসম যুৱ পৰিষদৰ তীব্ৰ প্ৰতিবাদ ।

📌বিজেপিৰ যুৱ মৰ্চা আৰু যুৱ কংগ্ৰেছৰ মাজত তীব্ৰ বাক-বিতণ্ডা ।






Hojai 24 Assam

21/02/2026

আজি ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছ কৰ্মীৰ শাসকপক্ষৰ প্ৰতিবাদক ।







Hojai 24 Assam

19/02/2026

গুৱাহাটীত উপস্থিত প্ৰদেশ কংগ্ৰেছ নেতৃত্ব আৰু সহস্ৰাধিক দলীয় নেতা-কৰ্মীয়ে স্ক্ৰীনিং কমিটীৰ অধ্যক্ষা তথা সাংসদ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী । ইয়াৰ পিছত কংগ্ৰেছৰ নেতা কৰ্মী সকলে জনায় উষ্ম আদৰণি ।






Hojai 24 Assam

19/02/2026

গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত প্ৰদেশ কংগ্ৰেছ নেতৃত্ব আৰু সহস্ৰাধিক দলীয় নেতা-কৰ্মীয়ে স্ক্ৰীনিং কমিটীৰ অধ্যক্ষা তথা সাংসদ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক কংগ্ৰেছৰ নেতা কৰ্মী সকলে জনায় উষ্ম আদৰণি ।






Hojai 24 Assam

জনসেৱাৰ এক নতুন সংকল্পৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে AIUDF দলত যোগদান কৰা সুবক্তা, সুদক্ষ ৰাজনীতি...
18/02/2026

জনসেৱাৰ এক নতুন সংকল্পৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে AIUDF দলত যোগদান কৰা সুবক্তা, সুদক্ষ ৰাজনীতিবিদ তথা প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়াক দললৈ উষ্ম আদৰণি জনায় AIUDF দলৰ নেতা কৰ্মী সকলে ।






Hojai 24 Assam

18/02/2026

চচলত অৱস্থান ধৰ্মঘট মুছলিম ছাত্ৰ সন্থাৰ । বে আইনী বাবে ভাৰতীয় নাগৰিকক হাৰাহাস্তি কৰাৰ বিৰুদ্ধে প্ৰতিবাদ মুছলিম ছাত্ৰ সন্থাৰ।

মিঞাৰ নামত চৰকাৰে ৰাজনীতি আৰম্ভ কৰিছে
২৬ ৰাজনৈতিক বৈতৰণী পাৰ হ'বলৈ হাতত কোনো ইছু নাই। যাৰ ফলত বাৰম্বাৰ দুখীয়া নিচলা মুচলমান জনসাধাৰণক বাছি বাছি অত্যাচাৰ আৰু নিৰ্যাতন কৰি আছে ।

১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশী খেদাত মুছাই সহায় কৰিব।

অসম চৰকাৰ হায় হায় ।

সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক, মুছলমানৰ ওপৰত অত্যাচাৰ বন্ধ কৰক ।

সংবিধান ৰক্ষা কৰক আদি শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে মুছাই।




Hojai 24 Assam

18/02/2026

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লুৰিনজ্যোতি গগৈৰ মন্তব্য ।




Hojai 24 Assam

16/02/2026

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লুৰিনজ্যোতি গগৈৰ মন্তব্য ।

Hojai 24 Assam

15/02/2026

চচল কপাব মুছলিম ছাত্ৰ সন্থাই । বে আইনী বাবে ভাৰতীয় নাগৰিকক হাৰাহাস্তি কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব মুছলিম ছাত্ৰ সন্থাই ।

মিঞাৰ নামত চৰকাৰে ৰাজনীতি আৰম্ভ কৰিছে
২৬ ৰাজনৈতিক বৈতৰণী পাৰ হ'বলৈ হাতত কোনো ইছু নাই । যাৰ ফলত বাৰম্বাৰ দুখীয়া নিচলা মুচলমান জনসাধাৰণক বাছি বাছি অত্যাচাৰ আৰু নিৰ্যাতন কৰি আছে ।

মুছলিম ছাত্ৰ সন্থাই চৰকাৰক হুংকাৰ প্ৰদান কৰি কয় মুছলমানৰ কি অসমত থকাৰ অধিকাৰ নাই নেকি বুলি প্ৰশ্ন কৰে মুছাৰ সভাপতি আশ্বিক ৰাব্বানী ডাঙৰীয়া ।




Hojai 24 Assam

13/02/2026

নগাঁৱৰ ধিঙৰ আঠগাঁৱৰ সুভাগ্য বিকাশৰ বিৰুদ্ধে এগৰাকী ছোৱালীৰ অভিযোগ । কৰ্মসূত্ৰে সুভাগ্য থাকে গুৱাহাটীত । সুভাগ্যৰ আছে গণেশগুৰিৰ কৃষ্ণনগৰত নেভাৰ এগেইন ৱেলনেছ হোম নামৰ এটা ৰিহেব চেণ্টাৰো ।



Hojai 24 Assam

Address

LANKA
Hojai

Telephone

+916002773161

Website

Alerts

Be the first to know and let us send you an email when Hojai 24 Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share