YSA WORLD

YSA WORLD আপনার নিজের কন্ঠের ইছলামিক গজল,আজান ও কোরআন তিলাওয়াত মেসেজ করে পাঠান ।

18/09/2025

#বিনামুলীয়া চিকিৎসাৰ বাবে ওলাই আহি এগৰাকী বিশিষ্ট চিকিৎসক।
#ভিডিওシ টো চাওক আৰু আন দহজনৰ কাৰণে এটা share কৰি দিয়ক।

  News.......
18/09/2025

News.......

17/09/2025

#জীৱনৰ অন্তিম বয়সত
#ইছলাম ধৰ্ম গ্ৰহণ কৰিলে আমেৰিকান নাগৰিকে।

16/09/2025

#মাজ আকাশত উৰাজাহাজত হঠাৎ এগৰাকী মহিলাৰ চিঞৰ বাখৰ।
#মোক নমাই দিয়ক ,মই আৰু নাযাও....
#খিৰকিও নোখোলে..........।

13/09/2025

#নামাজ সম্পৰ্কে গুৰুত্বপূৰ্ণ প্ৰতিবেদন।
#নিশ্চয় এবাৰ শুনিব।

Shout out to my newest followers! Excited to have you onboard! Vava Vava Vavachi, Lubab Uddin Ahmed, Baloramdas Bdas, Fa...
13/09/2025

Shout out to my newest followers! Excited to have you onboard! Vava Vava Vavachi, Lubab Uddin Ahmed, Baloramdas Bdas, Faizur Rahman, Sariful Islam, Bishnu Maya Adhikari, Naijul Naina, Zain Ahmed, Anuwar Hussain, Furkan Ali, Nilima Parbin, Kur Ban Ali, Luku Vai, Lila Devi, অচেনা পাখি, Mun Khan, Lx Ahamad, Nikul Basumatary, Jakaria Ahmad, Midul Lakhi Das, Sajid Alom, Bina Bina, Mridupawan Goswami, Hirenda Das, Porimal Das, Hannan Ali, Sofiaul Islam, Jiten Praja, Asma Begum, Anupal Moran, Monomaty Boro, Sulamani Bhengra, Rabul Ali, Arob Ali, Nazrul Islam, Khogan Borah, Babu Soikia, Junmoni Gogoi, Rubul Sonowal, Jayanto Debra, Narayan Kurmi, Potiya Murha, Hafzur Khan, Rihjumoupathak Rihjumhiphak, Rina Borgohain, Bornali Das, Abdul Karim, Sumi Chamuah, Mujakkir Ali, Tonksowar Chamuha

 #আজি দেশৰ উপৰাষ্ট্ৰপতি গৰাকীয়ে শপত ল'ব......।
12/09/2025

#আজি দেশৰ উপৰাষ্ট্ৰপতি গৰাকীয়ে শপত ল'ব......।

08/09/2025

#বিশ্বত ১০ বছৰত বৃদ্ধি পালে ৩৫ কোটি ইছলাম ধৰ্মৰ অনুৰাগী।

07/09/2025

#অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ বিশিষ্ট শিক্ষক মৰহুমৰ আলহাজ‌ হজৰত মৌলানা,মুফতী,মোহাদ্দিছ তথা হোজাই জিলা জমিয়ত উলামাৰ সভাপতি মোহাম্মদ আলী (ৰ:) সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য।

06/09/2025

M***i sahabor janajar drishwa..

 #ইন্নালিল্লাহী ৱা ইন্না ইলাইহী ৰাজিউন। #হোজাই জিলা জমিযত উলামাৰ সভাপতি তথা অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ শ্বেইখুল হাদ...
06/09/2025

#ইন্নালিল্লাহী ৱা ইন্না ইলাইহী ৰাজিউন।
#হোজাই জিলা জমিযত উলামাৰ সভাপতি তথা অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ শ্বেইখুল হাদিছ, বাঁশকান্দী হুজুৰ (ৰঃ) খলিফা আলহাজ হজৰত মৌলানা শ্বেইখ মুফতি মোহাম্মদ আলী চাহাব আমাৰ মাজত আৰু নাই।
তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ লৈ সমবেদনা জ্ঞাপন কৰিলোঁ।
#আজি দিনৰ ২.৩০মিনিটত নীলবাগান খেলপথাৰত মৰহুমৰ জানাজাৰ নামাজ আদায় কৰা হ'ব। ইনশ্বাআল্লাহ
আল্লাহ -তা-আলাই তেখেতক জান্নাতুল ফিৰদৌছ দান কৰক তাৰেই কামনা কৰিলোঁ। আমিন।

 # অসম জাতীয় পৰিষদৰ মুখ‍্যপাত্ৰ  তথা নীলবাগানৰ সূ-সন্তান Md.Ziaur Rahman   হৃদৰোগত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটীৰ আয়ুস চন...
04/09/2025

# অসম জাতীয় পৰিষদৰ মুখ‍্যপাত্ৰ তথা নীলবাগানৰ সূ-সন্তান Md.Ziaur Rahman হৃদৰোগত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটীৰ আয়ুস চন্দ্ৰা হস্পিটেলত চিকিৎসাধীন হৈ আছে।
তেখেতৰ কাৰনে দোৱা-আশীৰ্বাদ কৰিবলৈ সকলোকে অনুৰুধ জনাইছো।কাৰো সৈতে তেখেতে যোগাযোগ কৰিব পৰা নাই তাৰ বাবে দুখিত।

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when YSA WORLD posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to YSA WORLD:

Share

Category