Ahmed Arif

Ahmed Arif Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ahmed Arif, Video Creator, Hojai.

গুজৰাটৰ আহমেদাবাদৰ BJ মেডিকেল কলেজ হোষ্টেলত খুন্দা মৰাৰ পাছতে দুৰ্ঘটনাত পতিত হৈছিল বিমানখন।  কিমান ভয়াৱহ আছিল দুৰ্ঘটনাটো...
12/06/2025

গুজৰাটৰ আহমেদাবাদৰ BJ মেডিকেল কলেজ হোষ্টেলত খুন্দা মৰাৰ পাছতে দুৰ্ঘটনাত পতিত হৈছিল বিমানখন। কিমান ভয়াৱহ আছিল দুৰ্ঘটনাটো।

উনার নাম আমের/আমির,  যে ব্যক্তিকে ৩দিন আগেও কেও চিনতো না কিন্তু ২দিন ধরে নেট দুনিয়া উনার দখলে।বর্তমানে উনাকে চিনেনা এমন ...
01/06/2025

উনার নাম আমের/আমির, যে ব্যক্তিকে ৩দিন আগেও কেও চিনতো না কিন্তু ২দিন ধরে নেট দুনিয়া উনার দখলে।
বর্তমানে উনাকে চিনেনা এমন মানুষ খুবী কম আছে,
আল্লাহ যেমন উনার মনের আশা পূরন করেছেন, আল্লাহ যেনো আমাদেরও মনের আশা পুরন করেন, আমিন❤️

31/05/2025
31/05/2025

শিক্ষাই জাতিৰ মেৰুদণ্ড,

মাথোঁ মানৱতাৰ খাতিৰত কৈছোঁ — ফটোখন মোৰ হৃদয় চুই গৈছে।"
30/05/2025

মাথোঁ মানৱতাৰ খাতিৰত কৈছোঁ — ফটোখন মোৰ হৃদয় চুই গৈছে।"

22/05/2025

আমবাৰী দেৱস্থান ৰাস্তাত ধৰা পৰিছে নিচাজাতীয় দ্ৰব্য!

13/05/2025

বুঢ়া বেটাৰ হাল্লত চেছ😂

01/05/2025

আন্তঃৰ্জাতিক শ্ৰমিক দিৱসটো (ইংৰাজী: International Workers' Day ) মে' দিৱস নামেৰেও পৰিচিত। মে' মাহৰ প্ৰথম দিনটোতেই পৃথিৱীৰ বহু দেশত এই দিৱস পালন কৰা হয়। কিছুমান দেশে মে’ দিৱসক শ্ৰমিক দিৱস হিচাপেও পালন কৰে। এই দিনটো চৰকাৰীভাৱে ছুটিৰ দিন। ১৮৮৬ চনৰ ১ মে’ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰৰ হে-মাৰ্কেটত ৮ ঘণ্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলি চলোৱাত ১১ জন শ্ৰমিক ছহিদ হয়।[1] পিছে আমেৰিকা যুক্তৰাষ্ট্ৰ বা কানাডাত এইদিন পালন কৰা নহয়। ইয়াৰ উপৰিও এইদিনটোৰ আন কিছু ঘটনা আছে যিবোৰ আঞ্চলিকভাৱে হয়তো পালন কৰা হয়।

Address

Hojai

Telephone

+916001908186

Website

Alerts

Be the first to know and let us send you an email when Ahmed Arif posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ahmed Arif:

Share

Category