Net khobor

Net khobor আপুনি জানিব লগা সকলো খৱৰৰ বাবে সাজোঁ আমি

15/09/2026

হোজাইৰ ৰাজপথত জিলা ছাত্ৰ সন্থাৰ সজাগতা সমদল

15/09/2026

হোজাইৰ ৰাজপথত দাও দাও কৈ জ্বলি উঠিল EV মটৰচাইকেল

09/09/2026

হোজাইত নিৰুদ্দেশ ৯ বছৰীয়া এটি শিশু। ৩১ আগষ্টৰ পৰা সন্ধানহীন বিবেক দাস নামৰ শিশুটি। বিহুতলী খেলপথাৰত খেলিবলৈ যোৱাৰ পৰা নিখোজ শিশুটি। বহু বিচাৰ-খোচাৰ কৰিও শিশুটিৰ সম্ভেদ পোৱা নাই পৰিয়ালে। শিশুটিৰ সন্ধান পালে 96788-66139 নম্বৰত যোগাযোগৰ আহ্বান।

05/09/2026
30/08/2026

হোজাইৰ আজমল ল'কলেজত প্ৰথম ৰাষ্ট্ৰিয় মোট কোৰ্ট প্ৰতিযোগিতা

27/08/2026

হোজাইত ৰেল লাইনৰ সমিপত আঘাত প্ৰাপ্ত অবস্থাত উদ্ধাৰ এজন যুৱক

27/08/2026

নিশা হোজাইৰ গৌড় নগৰৰ পৰা গাঞ্জা সহ আটক এজন সৰ্বৰাহকাৰী

সৰ্বৰাহকাৰীটো লংকা কাৰীখানাৰ তাৰিখ আলম

25/08/2026

হোজাইত সাৰৰ বিপনীত কৃষি বিভাগৰ অভিযানত

চিকাৰী গেট স্তিত এম/এছ অসম কৃষি ভাণ্ডাৰত এই অভিযান

অসম কৃষি ভাণ্ডাৰৰ বিৰুদ্ধে আছিল কৃষকৰ বিভিন্ন অভিযোগ

24/08/2026

হোজাইৰ চিকাৰী গেইট স্তিত এম/এছ অসম কৃষি ভাণ্ডাৰ নামৰ সাৰ বিপনীৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ কৃষকৰ।

19/08/2026

হোজাইত পথ মেৰামতিৰ বাবে গাঁওবাসীৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

Address

Hojai
782435

Telephone

+917576056265

Website

Alerts

Be the first to know and let us send you an email when Net khobor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Net khobor:

Shortcuts

Share