02/09/2026
এই আগৰৰ মালখিনি বিক্ৰী কৰিবলৈ এজন কাষ্টমাৰ বিচাৰি আছোঁ, কিন্তু এতিয়ালৈকে কাষ্টমাৰ পোৱা নাই।
যদি কাৰোবাৰ আগৰৰ মালৰ প্ৰয়োজন আছে বা ক্ৰয় কৰিবলৈ আগ্ৰহী, তেন্তে নিশ্চয় যোগাযোগ কৰিব। 📞🙏
#অসম #বিক্ৰী A***n Sadique