JB Live News

JB Live News জয় আই অসম ✨video বনোৱাৰ বাবে যোগাযোগ কৰক ৯৩৯৪৩৬৬৭২০ /

আমাৰ ডবকাৰ জনপ্ৰিয় ব‍্যবসায়ী আবিদ দা superstar ছালমান খানৰ লগত।আগলৈ আমি বলিউডত দেখা পাম নেকি আবিদ দাক?
25/10/2025

আমাৰ ডবকাৰ জনপ্ৰিয় ব‍্যবসায়ী আবিদ দা superstar ছালমান খানৰ লগত।
আগলৈ আমি বলিউডত দেখা পাম নেকি আবিদ দাক?

25/10/2025

মাএ 30 হাজাৰ টকাত দিয়া হব এখন pulsar বাইক । Number 9864641473

হোজাই জিলাৰ বিন্নাকান্দী সমষ্টিৰ ও চাৰ্লক গাওঁ পঞ্চায়তৰ অন্তৰ্গত আমাৰ দাৰুল উলুম লাম্বাবাসা আহমদীয়া মাদ্ৰাছাৰ ছাত্ৰসকল...
24/10/2025

হোজাই জিলাৰ বিন্নাকান্দী সমষ্টিৰ ও চাৰ্লক গাওঁ পঞ্চায়তৰ অন্তৰ্গত আমাৰ দাৰুল উলুম লাম্বাবাসা আহমদীয়া মাদ্ৰাছাৰ ছাত্ৰসকলে যোৱা বছৰৰ দৰে এইবোৰো ভাল ফলাফল দেখুৱায়।
সদৌ অসম তা'লিমী তৰক্বি ব'ৰ্ডৰ ছমহীয়া পৰীক্ষাত! প্ৰায় ৪৫০ খন মাদ্ৰাছাৰ ভিতৰত অনুষ্ঠিত হোৱা বৃত্তি পৰিক্ষাত অংশগ্ৰহণ কৰিছিল ইয়াৰ ভিতৰত আমাৰ মাদ্ৰাছাৰ পৰা ২৯ জন ছাত্ৰই অংশ গ্ৰহন কৰি ১৭ জন ছাত্ৰই বৃত্তি লাভ কৰে। উত্তীৰ্ণ হাৰ
১০০% হোৱাৰ লগতে মাদ্ৰাছা খনে এই অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
সকলোৱে দোৱা কৰিব যাতে অনাগত দিনত আৰু আগবাঢ়ি যাবলৈ সক্ষম হয়। মৰমৰ ছাত্ৰ ও শ্ৰদ্ধাৰ শিক্ষক সকল আৰু কমিটিৰ মেহনত আৰু এই অঞ্চলৰ সহযোগিতা কৰা সকলো ব্যক্তিক আল্লাহ তা'লাই কবুল কৰক।



হোজাইৰ কাকীত উন্মোচন হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
19/10/2025

হোজাইৰ কাকীত উন্মোচন হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি

19/10/2025

যজ্ঞ নামৰ এজন যুৱকৰ প্ৰচেষ্টাত আজি হোজাইৰ কাকীত স্থাপন কৰিব যুগনায়ক জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। এমহীয়া আদ্যশ্ৰাদ্ধৰ দিনটোতেই যুগনায়ক গৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে নিশা নগাঁৱৰ দিশৰ পৰা লৈ অনা হয়। নিশা কঠিয়াতলী ৰাজপথৰ সমীপত ভিৰ জুবিন অনুৰাগীৰ ।

18/10/2025

হোজাইৰ কাকীত আজি প্ৰতিষ্ঠা হ'ব জুবিন দাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি। যজ্ঞ নামৰ এজন যুৱকৰ প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিওৱা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো নগাঁৱৰ পৰা জনতাই সমদলেৰে আদৰিলে...

18/10/2025
17/10/2025

শেখৰ জ্যোতি গোস্বামী আৰু আমৃতপ্ৰভা মহন্তক হাফলং জেলত লৈ যোৱা বাহন।

16/10/2025

মাএ ৫ লাখ ৫০ হাজাৰ টকাত দিয়া হ’ব এখন গাড়ী ।

১৭ তাৰিখ জুবিন গার্গৰ ন‍্যায় যাএাৰ অংশীদাৰ হ’বলৈ ৰাহুল গান্ধী আহিব গুৱাহাটীলৈ ।
15/10/2025

১৭ তাৰিখ জুবিন গার্গৰ ন‍্যায় যাএাৰ অংশীদাৰ হ’বলৈ ৰাহুল গান্ধী আহিব গুৱাহাটীলৈ ।

15/10/2025

Doboka ৰ NE Enterprise ত চলি আছে offer আৰু লগতে gift আহক আৰু লৈ যাওক ।

Address

Bedhuati
Hojai
782428

Website

Alerts

Be the first to know and let us send you an email when JB Live News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share