04/10/2026
ধন্যবাদ খবৰ হোজাই, মোক এই সন্মানৰ বাবে যোগ্য বুলি ভাবি সন্মানিত কৰাৰ বাবে। আপোনালোকৰ এই মৰম, বিশ্বাস আৰু স্বীকৃতি মোৰ বাবে সদায় বিশেষ হৈ থাকিব। এই সন্মান মোৰ বাবে সঁচাকৈয়ে এক গৌৰৱৰ মুহূৰ্ত। ❤️
Thank you, Khabar Hojai. 🙏