Ja golden

Ja golden দুখীয়া-ৰাইজৰ স্বাৰ্থত আমি প্ৰস্তুত কৰো সকলো ভিডিঅ! যোগাযোগ নম্বৰ-6000710881
(1)

05/06/2026

মৌলানা বদৰ উদ্দিন আজমল চাহাবক আগতিয়াকৈ কি ভবিষ্যৎ বানি কৈছিল । বৰ্তমান কান্দি কান্দি কি ক'লে ..

যিকোনো মূহুৰ্তত দুখীয়া মানুহক সহায় কৰে (হোজাই জিলাৰ চানাপট্টিৰ যোৱ আগৰ ব্যৱসায়ি আৰিফ উদ্দিন ভাইয়ে। আশা কৰোঁ সদায় আগ...
04/06/2026

যিকোনো মূহুৰ্তত দুখীয়া মানুহক সহায় কৰে (হোজাই জিলাৰ চানাপট্টিৰ যোৱ আগৰ ব্যৱসায়ি আৰিফ উদ্দিন ভাইয়ে। আশা কৰোঁ সদায় আগবাঢ়ি আহি দুখীয়াক সহায় কৰিব ..।

😭মাননীয় বিধায়ক শ্ৰীঅখিল গগৈ ডাঙৰীয়াৰ শ্রদ্ধাৰ মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ প্ৰয়াণৰ খবৰ শুনি মৰ্মাহত হ'লোঁ। এগৰাকী সমাজহিত...
03/06/2026

😭মাননীয় বিধায়ক শ্ৰীঅখিল গগৈ ডাঙৰীয়াৰ শ্রদ্ধাৰ মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ প্ৰয়াণৰ খবৰ শুনি মৰ্মাহত হ'লোঁ। এগৰাকী সমাজহিতৈষী, ধৰ্মপ্ৰাণ আৰু দয়ালু নাৰী হিচাপে প্ৰিয়দা গগৈ ডাঙৰীয়ানীয়ে সমাজত এক অনন্য স্থান অধিকাৰ কৰি আছিল।মাতৃৰ বিয়োগৰ এই অসহনীয় বেদনা কোনো শব্দৰেই পূৰণ কৰিব নোৱাৰি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি আল্লাহৰ ওচৰত দোৱা কৰিছো। তেখেতৰ শোকসন্তপ্ত পুত্ৰ শ্ৰী অখিল গগৈ ডাঙৰীয়াকে ধৰি সমগ্ৰ পৰিয়ালবৰ্গ, আত্মীয়-স্বজন আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো.।

01/06/2026

মদন আৰ cute boy মখাৰ সাতে সাক্ষাত।

31/05/2026

ভূল কৰে ক্কোৰআন তিলাৱত কৰে কি হাসে যে বাপ
#

30/05/2026

Eid khutbah ।মাশ্বাআল্লাহ 👇 হঠাৎ বিশ্ব জুৰি ভাইৰেল

28/05/2026

আইনৰ প্ৰতি সহাৰি জনাই আলিম উলামাসকলে কি কৰিলে ..।

28/05/2026

ঈদুল আজহা সম্পৰ্কে কি শিখলাম..।

27/05/2026

Assalamualaikum ঈদ মোবাৰক

26/05/2026

গৰু ক্কোৰবানি নিষেধ।মোছলমানে ভাই ভাই সম্প্রীতি বজাই ৰাখিবলৈ মৌলানা ইছলাম উদ্দিন ক্কাছিমি চাহাবে কি কলে ..
#ক্কোৰবানি

Address

Hojai

Telephone

+916000710881

Website

Alerts

Be the first to know and let us send you an email when Ja golden posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ja golden:

Share

Category