Borhawar Live 24

Borhawar Live 24 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Borhawar Live 24, Digital creator, Hojai.

"সত্য, সততা আৰু নিষ্ঠাৰে বাতৰি জনসাধাৰণ লৈ আগবঢ়োৱাৰ উদ্দেশ্যে।"নিষ্পক্ষ আৰু বিশ্বাসযোগ্য বাতৰিৰ প্ৰতিশ্ৰুতি।"সত্যই লক্ষ্য, 9394100997 ""আমাৰ কথা — কেৱল সত্য, কেৱল সংবাদ।"https://www.instagram.com/h_muktadir_l?igsh=MTIzNHRmNTZuNDRxYw==

31/05/2026

হঠাৎ এজাক বৰষুণ।

বিৰাট কোহলী কিমান ৰান সংগ্ৰহ কৰিব/আৰু মুহাম্মাদ চিৰাজে কেইটা উইকেট লাভ কৰিব আৰু শ্বুবমন গিলে কিমান ৰান সংগ্ৰহ কৰিব। Borh...
31/05/2026

বিৰাট কোহলী কিমান ৰান সংগ্ৰহ কৰিব/আৰু মুহাম্মাদ চিৰাজে কেইটা উইকেট লাভ কৰিব আৰু শ্বুবমন গিলে কিমান ৰান সংগ্ৰহ কৰিব। Borhawar Live 24

কোনটো দলে আজিৰ ট্ৰফী লাভ কৰিব?
31/05/2026

কোনটো দলে আজিৰ ট্ৰফী লাভ কৰিব?

28/05/2026

ঈদৰ শুভেচ্ছা।

27/05/2026

ঈদ উপলক্ষে অলপ সহায় কৰক। Borhawar Live 24

Borhawar Live 24 ৰ তৰফৰ পৰা আপোনালৈ ঈদ মুবাৰক।
27/05/2026

Borhawar Live 24 ৰ তৰফৰ পৰা আপোনালৈ ঈদ মুবাৰক।

26/05/2026

হোজাই জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা Hojai, Lanka, Doboka আৰু Lumding পৌৰসভালৈ নিৰ্দেশ দিয়া হৈছে যে—
Prohibition of operating cattle and beef market..
এই মাহত কোনো গৰুৰ বজাৰ (cattle market), বিফ/গৰু মাংসৰ বজাৰ, বিক্ৰী কেন্দ্ৰ বা এই সম্পৰ্কীয় বেপাৰ চলাব নোৱাৰিব।
জনশৃংখলা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিবলৈ এই সিদ্ধান্ত লোৱা হৈছে।
গৰু পৰিবহণ, জবাই, বিক্ৰী আৰু ক্ৰয়ৰ ওপৰত কঠোৰ নজৰদাৰী চলাবলৈও কোৱা হৈছে।
যদি কোনো নিয়ম ভংগ হয়, তেন্তে আইন অনুসৰি ব্যৱস্থা লোৱা হ’ব।
পৌৰসভাসমূহক এই নিয়ম কঠোৰভাৱে পালন কৰাই আৰু তাৰ report জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। Borhawar Live 24

Good morning everyone 😊. Borhawar Live 24
25/05/2026

Good morning everyone 😊. Borhawar Live 24

আজি মই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা ফৰিদ উদ্দিন আহমেদ প্ৰাথমিক বিদ্যালয়ত বাতৰি প্ৰচাৰৰ বাবে যোৱাত মোৰ শ্ৰদ্ধাৰ শিক্ষক ফৰিদ...
25/05/2026

আজি মই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা ফৰিদ উদ্দিন আহমেদ প্ৰাথমিক বিদ্যালয়ত বাতৰি প্ৰচাৰৰ বাবে যোৱাত মোৰ শ্ৰদ্ধাৰ শিক্ষক ফৰিদ উদ্দিন আহমেদ ছাৰে অসমীয়াৰ স্বাভিমান গামোচাৰে আদৰণি জনায়।

25/05/2026

কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে বিদ্যালয়ৰ নৱ নিৰ্মিত ভৱনৰ শুভ উদ্বোধন অনুষ্ঠান। ফৰিদ উদ্দিন আহমেদ প্ৰাথমিক বিদ্যালয়ত। Borhawar Live 24

Address

Hojai

Alerts

Be the first to know and let us send you an email when Borhawar Live 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Borhawar Live 24:

Share