29/09/2025
We deeply regret to inform you all that the much-awaited program of renowned singer Vreegu Kashyap, scheduled for 1st October (Navami Night) at Komorakata Sri Sri Durga Puja Silver Jubilee Celebration, has been cancelled.
This decision has been taken in respect of our beloved Zubeenda’s untimely passing. We had planned a Shradhanjali Program, Plantation Drive, and a live painting tribute to Zubeenda in the presence of Vreegu Kashyap.
We sincerely regret having to share this news and seek your kind understanding.
অত্যন্ত দু:খৰ সৈতে আপোনালোকক জনাওঁ যে, অহা ১ অক্টোবৰ (নবমী নিশা) কোমোৰকাটা শ্ৰীশ্ৰী দূৰ্গাপূজা ৰজত জয়ন্তী অনুষ্ঠানত খ্যাতনামা গায়ক ভৃগু কাশ্যপৰ অনুষ্ঠান বাতিল কৰা হৈছে।
এই সিদ্ধান্ত লোৱা হৈছে আমাৰ প্ৰিয় জুবিনদাক শ্ৰদ্ধা জনাই। ভৃগু কাশ্যপৰ উপস্থিতিত এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বৃক্ষ ৰোপণ আৰু জুবিন্দাৰ লাইভ চিত্ৰাঙ্কনৰ আয়োজন কৰাৰ পৰিকল্পনা আছিল।
এই দু:খজনক সংবাদ জনাবলৈ অত্যন্ত বেদনাহত হৈছো। আপোনালোকৰ সহমত আৰু সমবেদনা কামনা কৰিছো।