KAC News

KAC News KAC NEWS, striving for truth.
(2)

02/08/2026

পীৰে কামিল হজৰত মৌলানা শ্বেখ আহমদ আলী চাহাবৰ কবৰৰ পাৰত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া। কুৰআনৰ কোনটো আয়াত তিলাৱত কৰা হৈছে বুলি আপুনি জানেনে?

02/08/2026

Zindegi me bahut paisa dekha hoga aap ne... Aj dekhiye is paise ko... Itna paisa??

02/08/2026

এনেকুৱা মানুহ অসম কিয়, গোটেই ভাৰততে বিৰল। নিৰ্বাচনৰ সময়ৰ শ'লমাৰিজানৰ গাঁৱৰ ৰাস্তাৰে গৈ আছিল মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ গাড়ী। দেখা পাইছিল, তিনিজন যুৱকে ৰাস্তাৰ দাঁতিত বহি অগৰু কাঠৰ কাম কৰি আছে। মাতি আনি সুধিছিল, তোমালোকৰ পুঁজি কিমান আছে?
নিৰ্বাচনৰ সময়ত কোৱা কথা বহুতেই পাহৰি যায়। কিন্তু কালি আজমল হাউছত যি ঘটনা ঘটিল....

সুগন্ধিৰ পৰিৱেশত থাকিলে কিছু সুগন্ধি নিজলৈয়ো আহে। মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ সৈতে কাম কৰি কৰি এতিয়া মানৱ সেৱাৰ ইচ...
02/08/2026

সুগন্ধিৰ পৰিৱেশত থাকিলে কিছু সুগন্ধি নিজলৈয়ো আহে। মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ সৈতে কাম কৰি কৰি এতিয়া মানৱ সেৱাৰ ইচ্ছা আজমল ফাউণ্ডেচনৰ কৰ্মচাৰী সকলৰ গাতো আহি পৰিছে। উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবে আজমল ফাউণ্ডেচনৰ কৰ্মচাৰী সকলে মিলি নিজৰ দৰমহাৰ পৰা দহ লাখ টকাৰ অনুদান তুলি দিলে আজমল ডাঙৰীয়াৰ হাতত।
Khasrul Islam AJMAL FOUNDATION Maulana Badruddin Ajmal

01/08/2026

অতি শেহতীয়াকৈ ৰাজ্যৰ কেবাটাও প্ৰান্তৰ পৰা বানাত মাদ্ৰাছাৰ ছোৱালীৰ হোষ্টেল সম্পৰ্কীয় খবৰ ভাইৰেল হৈছিল। হোষ্টেলবোৰত ছোৱালীৰ নিৰাপত্তা আৰু সন্মানৰ হানি হোৱা ঘটনাত পুলিছে বিভিন্নজনক গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছিল। তাৰ পিছত আজি তনজিম মাদাৰিছে কৌমীয়াই এক জৰুৰী কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে গ্ৰহণ কৰে কেতবোৰ কঠোৰ সিদ্ধান্ত। মৌলানা বদৰুদ্দিন আজমল চাহাবৰ সভাপতিত্বত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে এক বিশেষ প্ৰতিবেদন। প্ৰতিখন হোষ্টেল থকা বানাত মাদ্ৰাছাত খবৰটো পৌচাই দিবলৈ এটা শ্বেয়াৰ কৰি দিব।

01/08/2026

বাণ্ডিলে বাণ্ডিলে টকা!

01/08/2026

চাই লওক, অসমবাসী, ভাৰতবাসী! উজনিৰ ৰাইজক সহায় কৰিবলৈ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই সংগ্ৰহ কৰা টকা। অসমৰ সুসন্তান এইজন বদৰুদ্দিন আজমলৰ বাবে এটা শ্বেয়াৰ কৰক।

আজমল ফাউণ্ডেচনৰ শিক্ষাৰ্থীৰ দ্বাৰা সংগৃহীত বান সাহায্য গ্ৰহণ কৰা অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ জাতীয় সংগীত পৰিৱেশনৰ দৃশ্য। ম...
01/08/2026

আজমল ফাউণ্ডেচনৰ শিক্ষাৰ্থীৰ দ্বাৰা সংগৃহীত বান সাহায্য গ্ৰহণ কৰা অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ জাতীয় সংগীত পৰিৱেশনৰ দৃশ্য। মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই অসমৰ জাতীয় সংগীতক সন্মান দি বুকুত হাত ৰখা দেখা গৈছে।

অসমবাসীৰ আশীৰ্বাদ তোমাৰ লগত আছে, লাভলীনা বৰগোহাঁই! তুমি সাহসেৰে যুঁজ দিয়া।। অভিনন্দন!!
01/08/2026

অসমবাসীৰ আশীৰ্বাদ তোমাৰ লগত আছে, লাভলীনা বৰগোহাঁই! তুমি সাহসেৰে যুঁজ দিয়া।। অভিনন্দন!!

শিৱসাগৰৰ ভিতৰুৱা গাঁওসমূহত এতিয়া খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে আজমলৰ স্বেচ্ছাসেৱক সকলে। ফটোত হোজাইৰ দিলৱাৰ হুছেইনে খাদ্...
31/07/2026

শিৱসাগৰৰ ভিতৰুৱা গাঁওসমূহত এতিয়া খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে আজমলৰ স্বেচ্ছাসেৱক সকলে। ফটোত হোজাইৰ দিলৱাৰ হুছেইনে খাদ্য সামগ্ৰী বিতৰণ কৰা দেখা গৈছে।

Address

Hojai
782435

Alerts

Be the first to know and let us send you an email when KAC News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to KAC News:

Shortcuts

Share