Aftar's Experience

Aftar's Experience This is a blog where I upload some information so please follow the page.

কিয় এতিয়াও মানিব ল'ব পাৰা নাই যে জুবিন দা নাই 😭😭😭এতিয়াও এনে লাগিছে যে কোনোবাই ক'ব "IT WAS A PRANK" আৰু এইটো দাদাৰ নতু...
20/09/2025

কিয় এতিয়াও মানিব ল'ব পাৰা নাই যে জুবিন দা নাই 😭😭😭
এতিয়াও এনে লাগিছে যে কোনোবাই ক'ব "IT WAS A PRANK" আৰু এইটো দাদাৰ নতুন চিনেমাৰ এটা Shooting ৰ দৃশ্য হে। জুবিন দা তুমি মহান ব্যক্তিত্ব। তোমাৰ নিচিনা কোনো এই পৃথিৱীত আৰু নাহে । আমি সকলোৱে দাদা আপোনাৰ অবিহনে সংগীত জগত খনৰ কথা ভাবিবই নোৱাৰিম 😭😭 জুবিন দা আমাৰ বাবে কি সেয়া জুবিন দাক লৈ ব্যৱসায় কৰা বোৰে গম নাপায় । আমি কি হেৰুৱাইছো সেইটো অকল আমি (দাদাৰ অনুৰাগী) সকলেহে গম পাই আছোঁ । আৰু এটা কথা আমি আমাৰ হিয়াৰ অমঠু জুবিন অবিহনে আমাৰ হিয়াৰ অমঠু বিহুৰ কথা ভাবিব পাৰিম নে ? 😭😭😭😭😭 জুবিন অবিহনে সোনৰ অসমৰ কথা ভাবিব পাৰিম নে? 😭😭 জুবিন অবিহনে অসমৰ শিল্পী জগত খনৰ কথা ভাবিব পাৰিম নে ? 😭😭 জুবিন অবিহনে সংগীতৰ কথা ভাবিব পাৰিম নে? 😭😭 জুবিন অবিহনে অসমীয়া চিনেমাৰ কথা ভাবিব পাৰিম নে? 😭😭 জুবিন গাৰ্গ গোটেই অসমবাসীৰ বাবে গোটেই অসম । অসমৰ শিল্পী, কলা, সংগীত আৰু সংস্কৃতিৰ ৰক্ষা কৱছ আছিল 😭😭 জুবিন দা তুমি অমৰ, জুবিন দা তুমি আমাৰ আবেগ । জুবিন দা তুমি আমাৰ আছিলে, আমাৰ আছে আৰু সদায় আমাৰ থাকিব। 😭😭😭 জয় জুবিন গাৰ্গ, জয় আই অসম

14/04/2025

সমুহ অসমবাসি ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ ওলগ আৰু অশেষ শুভেচ্ছা যাচিলো।

Address

Hojai

Telephone

+919508369944

Website

Alerts

Be the first to know and let us send you an email when Aftar's Experience posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Aftar's Experience:

Share