JI Entertainment.

JI Entertainment. follow the page

22/09/2025

হায়ৰে নুবুজিলে শাঙু-পাঙু সকলে ।
কনমানিটোৰ কান্দোন দেখি বুকুখন বিষাইছে
RIP ZUBIN DA
fans

চিনি পাইছে নে ?
12/09/2025

চিনি পাইছে নে ?

এখন বাস্তৱ ছবি কিন্ত ইয়াৰ পিছতো ইমান ৰঙা চকু।নিজৰ Showoff ৰ কাৰনে আমাৰ ওপৰত বুজা ।।।।
12/09/2025

এখন বাস্তৱ ছবি কিন্ত ইয়াৰ পিছতো ইমান ৰঙা চকু।
নিজৰ Showoff ৰ কাৰনে আমাৰ ওপৰত বুজা ।।।।

Kiya kehna chahte hai appp
11/09/2025

Kiya kehna chahte hai appp

11/09/2025

কিয় কান্দিলে মদানী চাহাবে ।

পাঠান ভাতৃদ্বয়ে ডুব যোৱা পঞ্জাৱক সমৰ্থন কৰিবলৈ ওলাই আহিল.. পঞ্জাৱৰ দুৰ্যোগ আৰু পৰিস্থিতিৰ বাবে ক্ষতিগ্ৰস্ত হোৱা ৰাইজক স...
07/09/2025

পাঠান ভাতৃদ্বয়ে ডুব যোৱা পঞ্জাৱক সমৰ্থন কৰিবলৈ ওলাই আহিল.. পঞ্জাৱৰ দুৰ্যোগ আৰু পৰিস্থিতিৰ বাবে ক্ষতিগ্ৰস্ত হোৱা ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ইৰফান পাথান আৰু ইউছুফ পাথানে।

এই দুই ভাতৃয়ে কেৱল খাদ্য সামগ্ৰীয়েই নহয় অত্যাৱশ্যকীয় চিকিৎসা ঔষধো ডেলিভাৰী কৰাৰ সিদ্ধান্ত লৈছে।

খেলপথাৰত বেট আৰু বলৰ জৰিয়তে নিজৰ দক্ষতা প্ৰদৰ্শন কৰা পাথান ভাতৃদ্বয় এতিয়া খেলপথাৰৰ বাহিৰত মানৱতাৰ নিদৰ্শন হৈ পৰিছে।

তেওঁলোকৰ এই সহায়ে পঞ্জাৱৰ হাজাৰ হাজাৰ পৰিয়াললৈ সকাহ কঢ়িয়াই আনিছে।

👉 সঁচাকৈ এই ভাইসকল কেৱল ক্ৰিকেটৰ প্ৰকৃত নায়ক নহয় মানৱতাৰো।

01/09/2025

কিয় কান্দিলে মাদানী চাহাবে?

08/08/2025

নতুন এটা হাতিয়াৰ পথাৰত চাওঁক।

13/07/2025

পৃথিৱী কিন্ত চিৰস্থায়ী নহয়।

05/07/2025

বন্ধু অখল অউ দেখো । বড় বাবু এ কিতা আৰম্ভ খৰছইন।

জীৱনৰ শেষৰ টো ফটো ইতিহাস হৈ থাকি গল 😭😥😥
12/06/2025

জীৱনৰ শেষৰ টো ফটো ইতিহাস হৈ থাকি গল 😭😥😥

12/06/2025

আপুনি কি ফল খায়।

Address

Hojai

Telephone

+919678602351

Website

Alerts

Be the first to know and let us send you an email when JI Entertainment. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to JI Entertainment.:

Share