Jamuna River

Jamuna River video creator.news media.sports video.vlogs video

13/06/2026

জুবিন গাৰ্গ 🗣️: আমাৰ কোনো টিম নাই আমাৰ ইণ্ডিয়া নাই কিন্তু আমি আছোঁ। সেই বস্তুটো মোক লাগে যে next ১০ বছৰৰ ভিতৰত ইণ্ডিয়াই যাতে ফুটবল খেলিব পাৰে আৰু আমাৰ অসমৰ ইণ্ডিয়া ফুটবল টিমত আমাৰ ৫টা অসমীয়া ল'ৰা হ'ব লাগিব।

13/06/2026

আজিৰ চিন্তন'ত বিশ্বকাপ ফুটবল ২০২৬।

12/06/2026

কাঁটাতাৰ পাৰ হৈ ভাৰতৰ ভূমিৰ শাক-পাচলি লণ্ড-ভণ্ড কৰি অতপালি বাংলাদেশীৰ। ভাৰতীয় কৃষকে খেতি কৰা পাচলি চোৰ কৰি পলায়ন শ শ বাংলাদেশীৰ। বাংলাদেশী সেনাৰ চকুৰ সন্মুখতে কাঁটাতাৰ পাৰ ভাৰতৰ ভূমিৰ শাক-পাচলি চোৰ বাংলাদেশীৰ।

10/06/2026

কোনটো দিশলৈ গতি কৰিছে ৰাজনীতি? বিৰোধী শক্তি দুৰ্বল হোৱাৰ কাৰণ কি? কিমান দূৰ বিশ্বাসযোগ্য আজিৰ ৰাজনীতি? ভৱিষ্যতে দেশত এটা দলৰে শাসন চলিব নেকি? মুখ্য সম্পাদক অদীপ কুমাৰ ফুকনৰ সৈতে ‘চিন্তন’ চাওক আজি নিশা ৭.৪৫ বজাত LIVE

10/06/2026

ফাষ্টট্ৰেক আদালতত জুবিন ঘটনাৰ সাক্ষ্য গ্ৰহণৰ আজি তৃতীয়টো দিন। সাক্ষ্যদানৰ বাবে আদালতত উপস্থিত হৈ কি ক'লে গোলাঘাটৰ ৰাজা অসমে।

Good evening everyone ❣️
10/06/2026

Good evening everyone ❣️

Good morning everyone 😊❣️
10/06/2026

Good morning everyone 😊❣️

Good night everyone 😴❤️
09/06/2026

Good night everyone 😴❤️

09/06/2026

📌আমি হজৰত মহম্মদক শ্ৰদ্ধা কৰোঁ।

Address

Doboka
Hojai
782440

Website

Alerts

Be the first to know and let us send you an email when Jamuna River posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category