hojai express

hojai express hi everyone this my new page hojai express follow him

10/10/2023

Israeli planes are being blown up like birds

06/10/2023

বাল্যবিবাহ নিয়ে একটি জাৰি গান / A popular song about child marriage

30/09/2023
28/08/2023

rajdhani express 🚇 হোজাইৰ পৰা কেৰেলালৈ

hojai express

১৯ ছেপ্টেম্বৰৰ পৰা ভাৰতত আৰম্ভ হ’ব Jio AirFiber সেৱা। ইয়াৰ পিছত ইচ্ছুকসকলে কোম্পানীটোৰ অফিচিয়েল ৱেবছাইট (Jio.com)ৰ পৰা...
28/08/2023

১৯ ছেপ্টেম্বৰৰ পৰা ভাৰতত আৰম্ভ হ’ব Jio AirFiber সেৱা। ইয়াৰ পিছত ইচ্ছুকসকলে কোম্পানীটোৰ অফিচিয়েল ৱেবছাইট (Jio.com)ৰ পৰা এয়াৰফাইবাৰ ডিভাইচটো বুকিং কৰিব পাৰিব।

চন্দ্ৰযান ৩-ৰ পিছত এইবাৰ ২ ছেপ্টেম্বৰত সূৰ্য অভিমুখে আদিত্য এল১ যান প্ৰেৰণৰ পৰিকল্পনা ইছৰ'ৰ
28/08/2023

চন্দ্ৰযান ৩-ৰ পিছত এইবাৰ ২ ছেপ্টেম্বৰত সূৰ্য অভিমুখে আদিত্য এল১ যান প্ৰেৰণৰ পৰিকল্পনা ইছৰ'ৰ

28/08/2023

সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব।অহা কালি সন্ধিয়া ৫ বজাত হোজাই জিলাৰ ড্ৰাগছৰ কবলৰ পৰা ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰাৰ স্বাৰ্থত এখনি সজাগতা পদ যাত্ৰাৰ আয়োজন কৰা হৈছে, উক্ত পদ যাত্ৰাত সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিলো ।
ধন্যবাদেৰে নীলবাগান আঞ্চলিক আমছু ।

সভাপতি ফখৰুল ইছলাম বড়ভূঞা ।
সাধাৰণ সম্পাদক :- ছউদ হোছেইন।

Address

Hojai
Hojai

Website

Alerts

Be the first to know and let us send you an email when hojai express posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to hojai express:

Share