AIUDF Royal Voice

AIUDF Royal Voice video creator

06/08/2026

AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে Press Byteত কি কলে চাওঁক।

05/08/2026

বান সাহায্য বিতৰণৰ ক্ষেত্ৰত যিসকলে সাম্প্ৰদায়িক ৰাজনীতি কৰিব খোজে, তেনে লোকসকল হিন্দুও নহয় মুছলমানো নহয়- মৌলানা বদৰুদ্দিন আজমল।



05/08/2026

মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ এটা বিশেষ সাক্ষাৎকাৰ। তেওঁৰ মনত কি আছে? কিয় কবৰত শোৱাৰ কথা ক'লে তেওঁ? নিজৰ দেউতাক, ককাদেউতাক, দেওবন্দৰ শিক্ষাগুৰু সকলৰ কথা কৈ কিয় হুকহুকাই কান্দিলে? বৰপেটাৰ পৰা ধুবুৰীলৈ যাত্ৰাপথত চাহিল আনোৱাৰ মজুমদাৰৰ কিছু বিশেষ প্ৰশ্ন।

02/08/2026

বানাক্ৰান্তক ১০০ কোটি দিব আজমলে

01/08/2026

বানাক্ৰান্তৰ বাবে ১০০ কোটি টকাৰ সাহায্যৰ ব্যৱস্থা কৰিব আজমলে। সৰ্ববৃহৎ ঘোষণাৰে উজনিৰ বানাক্ৰান্তলৈ সকাহ দিলে মানৱদৰদী আজমলে। উজনিৰ বাই-ভনীৰ বাবে শীঘ্ৰেই কৰা হ'ব ব্যৱস্থা। আজমলৰ ঘোষণা।

31/07/2026

মোক দিব পৰা মানুহৰ ঠিকনা দিয়ক, মই গৈ ভৰিত পৰি ভীক্ষা খুজিম'। উজনিবাসীৰ সহায়ৰ বাবে ভৰিত পৰিবলৈও সাজু হ'ল আজমল...|

29/07/2026

ৰাতি ১১ বজাত শিৱসাগৰত বদৰউদ্দিন আজমলৰ সহায়

Address

Hojai (assam )
Hojai
782439

Alerts

Be the first to know and let us send you an email when AIUDF Royal Voice posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share