Voice of Doboka 24

Voice of Doboka 24 (মানুহ মানুহৰ বাভে)
আমি সদায় সত্য কথা কৈ জাম (ইনশাআল্লাহ) মোৰ যোগাযোগ নাম্বাৰ 9954888636 ডবকা এলেকাত থকা খবৰ

লোকপিয়ল কৰিবলৈ যোৱা যুৱতীৰ সৈতে কু-কাণ্ড। অৱসৰী শিক্ষক দিগন্ত ভাগৱতীৰ অসৎ কাণ্ড । নগাঁও উৰিয়াগাঁৱৰ ৰয়েল আৱাসত এই ঘটনা।
08/09/2026

লোকপিয়ল কৰিবলৈ যোৱা যুৱতীৰ সৈতে কু-কাণ্ড। অৱসৰী শিক্ষক দিগন্ত ভাগৱতীৰ অসৎ কাণ্ড । নগাঁও উৰিয়াগাঁৱৰ ৰয়েল আৱাসত এই ঘটনা।

07/09/2026

#চৰকাৰে প্ৰাদেশিকৰণ আইন আনিছে||

তোমাদের মধ্যে সেই ব্যক্তি সর্বোত্তম, যে নিজে কোরআন শেখে এবং অন্যকে শিক্ষা দেয়। (সহীহ বুখারি, হাদিস: ৫০২৭)
06/09/2026

তোমাদের মধ্যে সেই ব্যক্তি সর্বোত্তম, যে নিজে কোরআন শেখে এবং অন্যকে শিক্ষা দেয়। (সহীহ বুখারি, হাদিস: ৫০২৭)

 #মাদ্ৰাছা বন্ধ কৰিছিল মুছলমান ছাত্ৰ ছাত্ৰীক মেডিকেল ইন্জিনীয়াৰিঙত শিক্ষা গ্ৰহণ কৰিবৰ বাবে। এতিয়া মুছলমান ছাত্ৰ ছাত্ৰীয়...
05/09/2026

#মাদ্ৰাছা বন্ধ কৰিছিল মুছলমান ছাত্ৰ ছাত্ৰীক মেডিকেল ইন্জিনীয়াৰিঙত শিক্ষা গ্ৰহণ কৰিবৰ বাবে। এতিয়া মুছলমান ছাত্ৰ ছাত্ৰীয়ে কষ্ট কৰি ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাত, তেওঁলোক অচিনাকী হৈ পৰিল। আজৱ দেশ আজৱ কথা।

 #শিৱসাগৰৰ ডিমৌত দশম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰি ধ*ৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ দুই যুৱক|| #গ্ৰেপ্তাৰ নাম ভাৰ্গৱ গগৈ আৰু বি...
05/09/2026

#শিৱসাগৰৰ ডিমৌত দশম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰি ধ*ৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ দুই যুৱক||
#গ্ৰেপ্তাৰ নাম ভাৰ্গৱ গগৈ আৰু বিশ্বজিৎ গগৈ||

05/09/2026

আজি ৫ ছেপ্টেম্বৰ শনিবাৰ ডাঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ চাহাবৰ জন্মৰ দিন তেখেত ১৮৮৮ চনত তামিলনাডুত জন্ম হয়। তেখেতে প্ৰথমবাৰ ১৯৫২ ৰ পৰা ১৯৬২লৈ আকৌ দ্বিতীয়বাৰ ১৯৬২ ৰ পৰা ১৯৬৭ লৈ স্বাধীন ভাৰতৰ সৰ্ব প্ৰথম উপৰাষ্ট্ৰপতি আছিল। তেখেতৰ জন্মৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। কিন্তু অতি দুখৰ বিষয় যে আজি কালি তেখেতৰ জীৱনৰ অন্যতম সফলতা, শিক্ষা- দীক্ষা, নিয়ম-নীতি, বিচাৰ ধাৰা, মানৱতা, দেশৰ কাৰনে প্ৰম- প্ৰীতি, দয়ালু,ভাৰতৰ কাৰনে কৰি যোৱা শিক্ষা প্ৰতিষ্ঠানৰ এক বিশেষ উন্নতি।ইয়াৰ বিষয়ে কোনো আলোচনা নকৰি প্ৰায় স্কুলত এই দিনটো ডিজে বজোৱা snow spray এজনে আনজনৰ গাত মাৰা,মাইকিং কৰি গান গোৱা,কেক কাটি এজনে আনজনৰ গালত লগোৱা ইত্যাদি কৰি ছাত্ৰ ছাত্ৰীসকলক অশ্লীল গানত নচোৱা হয়। এইটো এটা মহামাৰীৰ সৃষ্টি হৈছে কেৱল ৫ ছেপ্টেম্বৰত নহয় ১৫ আগষ্ট,২৬ জানুৱাৰী ২ অক্টোবৰ গান্ধী জয়ন্তী,৫ জুন বিশ্ব পৰিৱেশ , ফাদাৰ ডে,মাদাৰ মে,লেবাৰ ডে, সকলোতেই এই দিনটোৰ উৎযাপন কৰাৰ কোনো আলোচনা নকৰি কেৱল মাত্ৰ ডিজে বজোৱা, গায়ক আনি গান গোৱা, ছোৱালী নচোৱা ইত্যাদি কৰা হয়।শিক্ষকসকলৰ সম্মান কেৱল এদিনৰ কাৰনে নহয় প্ৰত্যেক ৩৬৫ দিনাই শিক্ষকসকলৰ সম্মান কৰিব লাগে "শিক্ষক এটাল মমবাতিৰ দৰে যি নিজে গলি আনক পোহৰ দিয়ে"শিক্ষক হোৱাৰ অৰ্থ হ'ল আমাৰ পায়গাম্বৰ ছঃ(নবী ) সকলৰ গুণৰ পৰা এটা গুণ।"اِنَّما بُعِثْتُ مُعَلِّمًا"اَلْحَدِيْث কিয়নো আল্লাহ তালাই তেখেত সকলক শিক্ষক বনাই পৃথিৱীত পঠোৱাইছিল ।যিজনে শিক্ষাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক ধুনীয়াৰ পৰা আকাশলৈ উৰাই দিব পাৰে, মূৰ্খতাৰ পৰা জ্ঞানী লৈকে ভ্ৰমণ কৰাই, অন্ধকাৰৰ পৰা পোহৰ ফালে লৈ যায়।গতিকে সদায় শিক্ষক সকলক সন্মান কৰক। কেবল মাত্ৰ ৫ চেপ্টেম্বৰৰ দিনাই নহয়।

04/09/2026

#মুছলমান হোৱাৰ কাৰণে মহিলা সাংবাদিকক দিল্লী পুলিচ মাৰধৰ কৰিলে||

ছাত্ৰীৰ লগত কুকাণ্ড কৰি গ্ৰেপ্তাৰ বিশ্বজিৎ গগৈ আৰু ভাৰ্গৱ গগৈ। ২ পাষণ্ডৰ কুকৰ্মৰ ফলত অন্তঃসত্ত্বা হ'ল ছাত্ৰীগৰাকী। বিশ্ব...
04/09/2026

ছাত্ৰীৰ লগত কুকাণ্ড কৰি গ্ৰেপ্তাৰ বিশ্বজিৎ গগৈ আৰু ভাৰ্গৱ গগৈ। ২ পাষণ্ডৰ কুকৰ্মৰ ফলত অন্তঃসত্ত্বা হ'ল ছাত্ৰীগৰাকী। বিশ্বজিৎ, ভাৰ্গৱৰ কুকাণ্ডত লজ্জিত হিন্দু সমাজ

Address

Dipho 36
Hojai
782440

Alerts

Be the first to know and let us send you an email when Voice of Doboka 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Voice of Doboka 24:

Shortcuts

Share