Bharat Media Digital

Bharat Media Digital Indian News Channel

13/05/2025
01/05/2025

এই বাৰ পঞ্চায়ত নিৰ্বাচনত আবেগ নহয় ,বিবেক ভোট দিয়ক । কাৰণ আপোনালোকৰ পঞ্চায়তৰ সৰ্বাঙ্গীন উন্নয়নৰ প্ৰয়োজন আছে আৰু এইটো এক মাত্র আপোনালোকৰ দ্বাৰা সম্ভ্ৱ ।নহলে আমি আকৌ কমিছন দিয়াত থাকি যাম ৫ বছৰ উন্নয়ন কৰ পৰা হব । পঞ্চায়ত উন্নয়ণৰ দিশ নিৰ্ণয়ৰ সঠিক সময় আহিছে আপোনালোকৰ হাতত ।

30/04/2025

📌হোজাইৰ চৌধুৰী বজাৰত অৱস্থিত এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান
নাম নৱজ্যোতি চিনিয়ৰ ছেকেণ্ডাৰী স্কুল।
📌 বিদ্যালয় খনৰ এনে ফলাফলে অঞ্চলবাসীৰ লগতে গাওঁ-বাসীক আনন্দত উৎফুল্লিত কৰি তুলিছে

28/04/2025

সাংসদ প্ৰদ্যুৎ বৰদলৈক ভয়ংকৰ আক্রমণ!

সাংসদ গৰাকীৰ বাহনত আক্রমণ অচিনাক্ত দুর্বৃত্তৰ! মুখত ক'লা কাপোৰ বান্ধি ধিঙৰ ওপৰ ডুমডুমীয়াৰ নতুন বজাৰত আক্রমণ!

28/04/2025

পূৱ বান্দৰ মেলাৰ
শ্বৰীফ উদ্দিন ক অলপ সহায় কৰক ।
Phone pay হৈছে 70397 98110 এই নম্বৰত সহায় কৰিব পাৰে।

অকচেক GP ৰ 6নং ৱাৰ্ড সদস্য মুমিন বেগমক ভোট দি জয়যুক্ত কৰক
13/04/2025

অকচেক GP ৰ 6নং ৱাৰ্ড সদস্য মুমিন বেগমক ভোট দি জয়যুক্ত কৰক

12/04/2025

হোজাইৰ চামৰালিত 5নং পশ্চিম চামৰালিত ৱাকফ বিলৰ বিৰুদ্ধে প্ৰতিবাদ।

শুক্কুৰ বাৰে সমূহীয়া জুম্মাৰ নামাজৰ পিছতে হোজাই জিলাৰ চামৰালিৰ পৰা ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে স্থানীয় ৰাইজে।

10/04/2025

উত্তৰ চামৰালীৰ নাছিম আহমেদেক অলপ সহায় কৰক।
নাছিম আহমেদ মুত্ৰ নলীৰ এক জটিল ৰোগত আক্ৰান্ত।
Phone pay নম্বৰ হৈছে 99545 81784
এই নম্বৰত নাছিম আহমেদক
সহায় কৰিব পাৰে।

07/04/2025

শিৱসাগৰৰ ঢুলীয়াপাৰত নৱ বিবাহিতাক পথ দুৰ্ঘটনাৰ জড়িয়তে হত্যাৰ সন্দেহ পৰিয়ালৰ!
নিশা অঞ্চলজুৰি উত্তেজনা, মহিলা গৰাকী ন্যায়ৰ দাবী তুলে শ শ গাঁৱবাসী ৰাইজে!

07/04/2025

হোজাইৰ মোৰাঝাৰত ধৰ্মপ্ৰাণ লোকৰ উপস্থিতিত অনুষ্ঠিত হয় বিদায়ী অনুষ্ঠান।

শিক্ষক তথা ইমাম মৌলানা ফয়জুৰ ৰহমানক দিয়া হয় বিপুল সম্বৰ্ধনা।

আজি আয়োজিত হয় বিদায়ী এই অনুষ্ঠান।

06/04/2025

মুজিবুৰ ৰহমানক আপোনালোকে অলপ সহায় কৰক 🙏🙏🙏

06/04/2025

এজন শিক্ষকে কান্দি কান্দি ৰাইজৰ পৰা সহায় বিচাৰি
ফন পে নং 9854217007

Address

Hojai

Telephone

+916001850079

Website

Alerts

Be the first to know and let us send you an email when Bharat Media Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share