News Assam

News Assam To deliver news, creative contents etc

শিৱসাগৰত আজি পুনৰ ধন বিতৰণ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ প্ৰতিনিধিৰ। পুৰ্বে এই ঠাইত আজমলে ধন বিতৰণ কৰোতে কিছু মানুহ ৰৈ...
07/09/2026

শিৱসাগৰত আজি পুনৰ ধন বিতৰণ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ প্ৰতিনিধিৰ। পুৰ্বে এই ঠাইত আজমলে ধন বিতৰণ কৰোতে কিছু মানুহ ৰৈ গৈছিল।

শিৱসাগৰত অব্যাহত সাহায্য বিতৰণ কাৰ্যসূচী। ফটোত আজমল ফাউণ্ডেচনৰ প্ৰতিনিধি চাহিল আনোৱাৰ মজুমদাৰ, শিৱসাগৰত
06/09/2026

শিৱসাগৰত অব্যাহত সাহায্য বিতৰণ কাৰ্যসূচী। ফটোত আজমল ফাউণ্ডেচনৰ প্ৰতিনিধি চাহিল আনোৱাৰ মজুমদাৰ, শিৱসাগৰত

মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ আহ্বানত শিৱসাগৰত জমিয়ত উলামাৰ সাহায্য সামগ্ৰী বিতৰণ অব্যাহত। ৰাজনীতি কৰাসকলে ৰাজনীতি কৰ...
06/09/2026

মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ আহ্বানত শিৱসাগৰত জমিয়ত উলামাৰ সাহায্য সামগ্ৰী বিতৰণ অব্যাহত। ৰাজনীতি কৰাসকলে ৰাজনীতি কৰিলে, কিন্তু আজমল ডাঙৰীয়া লাগি আছে। অহৰহ।।

06/09/2026

আজমল ফাউণ্ডেচনৰ কাৰ্যালয়ত মিটিং চলি থকা অৱস্থাতে খৱৰ আহিছিল: ডাইৰেক্টৰ চাহাবৰ সহধৰ্মিণীৰ অসুখ গুৰুতৰ। তাৰ পিছত ড° খচৰুল ইছলাম ডাঙৰীয়াই এনে কি কাম কৰিলে যে, সহকৰ্মীসকলে আজিও মনত ৰাখিছে?

আজমলৰ শিক্ষানুষ্ঠানত উজনি -নামনি সকলো স্থানৰে শিক্ষক-কৰ্মচাৰী আছে। যোৰহাটৰ নিতুমণি বৰা অসমীয়া বিষয়ৰ শিক্ষয়িত্ৰী। আন্ত...
05/09/2026

আজমলৰ শিক্ষানুষ্ঠানত উজনি -নামনি সকলো স্থানৰে শিক্ষক-কৰ্মচাৰী আছে। যোৰহাটৰ নিতুমণি বৰা অসমীয়া বিষয়ৰ শিক্ষয়িত্ৰী। আন্তৰিক অভিনন্দন।

05/09/2026

শিক্ষক দিৱসৰ দিনাই যোৰহাটৰ এগৰাকী শিক্ষয়িত্ৰী নিতুমণি বৰাই কিয় ধন্যবাদ জ্ঞাপন কৰিছে মৰ্কজুল মা'আৰিফৰ পদাধিকাৰী সকলৰ লগতে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াকো?

05/09/2026

শিক্ষক দিৱস উপলক্ষে হোজাইৰ মৰ্কজ একাডেমীৰ শিক্ষয়িত্ৰী সকলক সম্বৰ্ধনা, ছাত্ৰসকলৰ দ্বাৰা

04/09/2026

বহুতে ভাৱে, কেৰিয়াৰ মানেই কেৱল ডাক্তৰ আৰু ইঞ্জিনিয়াৰ। কিন্তু পঢ়া সমাপ্ত নকৰা, আনকি কলেজ ড্ৰপআউট শিক্ষাৰ্থীৰ বাবেও আজিৰ দক্ষতাৰ পৃথিৱীত আইটিআই এটা উত্তম আৰু সন্মানজনক কেৰিয়াৰ হ'ব পাৰে। মৰ্কজুল মা'আৰিফৰ দ্বাৰা পৰিচালিত ITI ARTDCৰ নতুন পাঠদানৰ শুভাৰম্ভণি অনুষ্ঠানত সংস্থাটোৰ সাধাৰণ সম্পাদক জাহিদুল হক চৌধুৰীয়ে ক'লে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য

04/09/2026

আপুনি হয়তো বহু উচ্চ ডিগ্ৰী থকা লোক জীৱনত লগ পাইছে যিয়ে নিজৰ কেৰিয়াৰৰ বাবে অদ্যপি সুবিধা কৰিব পৰা নাই। ইন্টাৰভিউৰ পিছত ইন্টাৰভিউ দি আছে। বিভিন্ন ঠাইত বায়োডাটা জমা দিছে। বহুতক কৈ ৰাখিছে। বহু ভাল নম্বৰেৰে পাছ কৰা লোকো ভাগ্যৰ ভৰসাত আছে।
কিন্তু মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পাছ ল'ৰা ছোৱালীয়ে এবছৰ, দুবছৰৰ প্ৰশিক্ষণ লৈয়েই পাই যায় চাকৰি। কাৰণ এতিয়া হৈছে দক্ষতাৰ যুগ।
এয়া আজমলৰ দ্বাৰা স্থাপিত এখন ব্যক্তিগত আইটিআই। Markazul Ma'arif মৰ্কজুল মা’আৰিফৰ দ্বাৰা পৰিচালিত ARTDC ITI. এই বছৰৰ বাবে ১৩০ গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে আৰু নতুন ছেছন উপলক্ষে মৰ্কজুল মা'আৰিফৰ সভাপতি পাৰৱেজ আলম কাছিমীয়ে কি ক'লে আপুনি শুনা উচিত

A beautiful quote by Maulana Abdur Rehman Ajmal. মৌলানা আব্দুৰ ৰেহমান আজমলৰ এটা সুন্দৰ বাৰ্তা
02/09/2026

A beautiful quote by Maulana Abdur Rehman Ajmal. মৌলানা আব্দুৰ ৰেহমান আজমলৰ এটা সুন্দৰ বাৰ্তা

Address

Ahmed Nagar Road
Hojai

Telephone

+917664080637

Website

Alerts

Be the first to know and let us send you an email when News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share