SADIK KHAN

SADIK KHAN Ek Aam Aadmi

Congratulations Bhaben Choudhury & Manoj Dhanowar, both of you well deserving. My best wishes to both of you. I firmly b...
21/09/2024

Congratulations Bhaben Choudhury & Manoj Dhanowar, both of you well deserving. My best wishes to both of you. I firmly believe that under leadership of Manoj Dhanowar Aam Aadmi Party Assam will achieve next level.

30/01/2024

সামাজিক মাধ্যমত বহু চৰ্চিত দাদা ৰ এটি গীত আপোনালোকলৈ আগবঢ়ালো।


ৰাঘৱ চালেনে, চিট খালী আছে চাব পাৰে..
27/10/2023

ৰাঘৱ চালেনে, চিট খালী আছে চাব পাৰে..

14/10/2023
14/09/2023

বিদ্যুৎ (ইলেকট্ৰিক)য়ে জ্বলাইছে 😭ৰাজ্যবাসীক
আনহাতে
The CrossCurrent এ জ্বলাইছে😭 মামাক

🤭🤭
14/09/2023

🤭🤭

An important issue for our  society✍️মধ্য প্ৰাচ্যৰ  বা পশ্চিমীয়া দেশ ছৌদি আৰৱ,ডুবাই, কুয়েত,কাতাৰ ওমান, বাহৰাইন, আদি কৰ...
11/09/2023

An important issue for our society✍️
মধ্য প্ৰাচ্যৰ বা পশ্চিমীয়া দেশ ছৌদি আৰৱ,ডুবাই, কুয়েত,কাতাৰ ওমান, বাহৰাইন, আদি কৰি বিভিন্ন দেশবোৰ লৈ যাত্ৰা কৰিবলৈ হলে প্ৰথমে মেডিকেল GAMCA (Gulf Approved Medical Centres Association) কৰাটো অতি প্ৰয়োজনীয়। সেয়ে‌ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা পশ্চিমীয়া দেশ বোৰলৈ যোৱা সকলো যাত্ৰীয়ে নিজৰ নিজৰ ৰাজ্যত অৰ্থাৎ দিল্লী, মুম্বাই, কলিকতা বেংগালুৰ, চেন্নাই, লক্ষ্ণৌ, হায়দৰাবাদ, কেৰেলা,পাটনা আদি ৰাজ্যৰ লোকসকলে নিজৰ ৰাজ্যৰ পৰা অতি কম খৰচত এই মেডিকেল ব্যৱস্হা কৰাৰ সুবিধা লাভ কৰে।
কিন্তু আমি অসমীয়া হিচাপে বৰ লজ্জিত আৰু বৰ পৰিতাপৰ বিষয় যে আমাৰ নৰ্থ ইষ্ট বা অসমৰ পৰা বিদেশ ভ্ৰমণলৈ যাবলৈ হ'লে GAMCA Report কাৰণে ৪/৫হাজাৰ টকাৰ মেডিকেল ৰিপোৰ্ট,ৰ কাৰণে দিল্লী, মুম্বাই,কলিকতা লৈ গৈ ৬/৭দিন হোটেল বুক কৰি থাকি ২০/২৫ হাজাৰ টকা বেছিকৈ ভৰিব লাগে।
আমি অসম বা নৰ্থ ইষ্টৰ পাঁচখন ৰাজ্যৰ কাৰণে এয়া কিন্তু বৰ দূৰ্ভাগ্যজনক বিষয়।
গতিকে অসম চৰকাৰে অসমৰ যুৱক যুৱতী যিসকল কৰ্ম সূত্ৰে বিদেশত যোৱা যাত্ৰী সকলৰ সুবিধাৰ্থে নৰ্থ ইষ্ট বা‌ অসমৰ কাৰণে গুহাটীত এখন মেডিকেল (GAMCA)চেন্টাৰ খুলি দিলে হয়তো অসমবাসী তথা নৰ্থ ইষ্টৰ পাঁচখন ৰাজ্যৰ জনসাধাৰণে অতি কম খৰছতে বিদেশলৈ যাত্ৰা কৰিব পাৰে।
পোষ্ট ভাল লাগিলে শেয়াৰ কৰিব।
CMO Assam
Himanta Biswa Sarma sir
Keshab Mahanta কেশৱ মহন্ত sir
my humbly request to all of you give importance to this matter.🙏

Copied - islam barlaskar new

09/09/2023

INDIA v/s NDAৰ প্ৰথমখন খেলত INDIA জয়ী হৈছে :*

৭টা উপ-নিৰ্বাচনৰ আসন:
INDIA : ৪ খন আসন
NDA : ৩ খন আসন

৬ খন ৰাজ্যত উপ-নিৰ্বাচন:
INDIA : ৪ খন ৰাজ্য
NDA : ২ খন ৰাজ্য

এতিয়া অতি সোনকালে জনসাধাৰণৰ বাবে পেট্ৰ'ল-ডিজেলো সস্তা হ'ব পাৰে!

Address

Hojai
782439

Alerts

Be the first to know and let us send you an email when SADIK KHAN posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share