HOJAI LIVE 24X7

  • Home
  • HOJAI LIVE 24X7

HOJAI LIVE 24X7 Hojai Live 24x7

07/07/2025

ডবকা যমুনা নৈৰ বানৰ তাণ্ডব

🛑গুজৰাটৰ আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনাৰ দৃশ্য । বিমান বন্দৰৰ পৰা যাত্ৰী সহ উৰা মৰাৰ কেইবা চেকেণ্ডৰ মূহুৰ্তত দুৰ্ঘটনা ...
12/06/2025

🛑গুজৰাটৰ আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনাৰ দৃশ্য । বিমান বন্দৰৰ পৰা যাত্ৰী সহ উৰা মৰাৰ কেইবা চেকেণ্ডৰ মূহুৰ্তত দুৰ্ঘটনা সংঘটিত হয়।

29/07/2024

BIG BRAKING
⭕APSC কেলেংকাৰীৰ শাস্তি ঘোষণা।

⭕ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড আৰু লগতে ২ লাখ টকা জৰিমনা।
⭕ ছামেদুৰ ৰহমান আৰু বসন্ত দলেক ১০ বছৰৰ কাৰাদণ্ড লগতে ৫০ হাজাৰ টকাৰ জৰিমণা।
⭕ বাকী ২৯ জনক ৪ বছৰৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টকাৰ জৰিমণা বিহে আদালতে।

19/06/2024

নেৰা নেপেৰা বৰষুণৰ ফলত পাহাৰীয়া অঞ্চলৰ পানী নামি আহি সমতল অঞ্চলত প্লাবিত কৰি পেলাইছে।

18/06/2024

⭕পুনৰ হোজাই জিলাৰ বানপানী।
⭕পুনৰ খুলিলে উমৰাংছু'ৰ চুইচ গেইট ;
পাহাৰিয়া জিলাত অত্যাধিক বৰষুণৰ ফৰত জলপৃষ্ঠ বৃদ্ধি পোৱাত ৰাইজক আলতীয়া জাননী নিদিয়াকৈ পুনৰ উমৰাংছু'ৰ চুইচ গেইট খুলি দিলে।

⭕যোৱা ১২ তাৰিখ বুধবাৰে কুৱেইটৰ মঙাফ চহৰ এটি অট্টালিকাত সংগঠিত হোৱা অগ্নি কাণ্ডত ৪৫ জন ভাৰতীয়ৰ প্ৰাণ কাঢ়ি নিলে ।⭕ দুৰ্ঘ...
15/06/2024

⭕যোৱা ১২ তাৰিখ বুধবাৰে কুৱেইটৰ মঙাফ চহৰ এটি অট্টালিকাত সংগঠিত হোৱা অগ্নি কাণ্ডত ৪৫ জন ভাৰতীয়ৰ প্ৰাণ কাঢ়ি নিলে ।
⭕ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা সকলৰ অধিকাংশই কেৰালাৰ ২৩জন ।
⭕ইয়াৰ পিছত তামিলনাডুৰ ৭জন, অন্ধ্ৰপ্ৰদেশৰ ৩জন, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু ওড়িশাৰ দুজনকৈ আৰু বাঙাল, বিহাৰ, পঞ্জাৱ, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ এজনকৈ লোকৰ অগ্নিকাণ্ড‌ত মৃত্যু হৈছে!!

21/07/2023

হোজাই জিলাৰ ডবকা চহৰত অবৈধ দোকান- পাট সমূহত প্ৰশাসনৰ উচ্ছেদ অভিযান । চৰকাৰী ভূমি দখল কৰি বনাই ছিল দোকান পাট সমূহ ।

⭕ হোজাই জিলাৰ ডবকা চহৰত  অবৈধ দোকান- পাট সমূহত প্ৰশাসনৰ উচ্ছেদ অভিযান । চৰকাৰী ভূমি দখল কৰি বনাই ছিল দোকান পাট সমূহ ।
21/07/2023

⭕ হোজাই জিলাৰ ডবকা চহৰত অবৈধ দোকান- পাট সমূহত প্ৰশাসনৰ উচ্ছেদ অভিযান । চৰকাৰী ভূমি দখল কৰি বনাই ছিল দোকান পাট সমূহ ।

⭕ Big Braking⭕ মণিপুৰৰ ঘটনাক লৈ উচ্চতম ন্যায়ালয় ক্ষুন্ন ।⭕ চৰকাৰে ব্যৱস্থা নলয় যদি আমি লম বুলি কয় মূখ্য ন্যায়াধীশ ড...
20/07/2023

⭕ Big Braking
⭕ মণিপুৰৰ ঘটনাক লৈ উচ্চতম ন্যায়ালয় ক্ষুন্ন ।
⭕ চৰকাৰে ব্যৱস্থা নলয় যদি আমি লম বুলি কয় মূখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে।

16/07/2023

মিঞা প্ৰসংগত আমছু সভাপতি ৰেজাউল কৰিমৰ প্ৰতিক্ৰিয়া ।
⭕ “মিঞা সদায় যুঁজাৰু, সদায় যুঁজি যাব।
⭕ হিমন্ত বিশ্ব শৰ্মা ২৫ বাৰ মুখ্যমন্ত্ৰী হ’লেও মিঞাক ক্লিন কৰিব নোৱাৰেঃ” আমছু।

14/07/2023

⭕️ ভূটানত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ।
⭕️অসমতো সষ্টম প্ৰশাসন।

Address


Telephone

+918876665888

Website

Alerts

Be the first to know and let us send you an email when HOJAI LIVE 24X7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to HOJAI LIVE 24X7:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share