My News Hojai

My News Hojai News & Information related all contents-

হোজাই GOLD ডিজিটেল ছবিগৃহৰ টিকটৰ মূল্য আৰু যোগাযোগ নম্বৰ।।
31/10/2025

হোজাই GOLD ডিজিটেল ছবিগৃহৰ টিকটৰ মূল্য আৰু যোগাযোগ নম্বৰ।।

31/10/2025

হোজাইৰ ডিজিটেল ছবিগৃহৰ শুভাৰম্ভৰ মূহুৰ্তত....

31/10/2025
31/10/2025

হোজাইত আৰম্ভ হোৱা ছবিঘৰত জুবিন দাৰ চিনেমাৰে শুভাৰম্ভ...

24/10/2025

হোজাইৰ এখন বিয়াত
"দেখা পালোঁ তোমাৰ ছবি......."

বিশ্ব ৰেকৰ্ড....
16/10/2025

বিশ্ব ৰেকৰ্ড....

👉হোজাই তথা আজমল পৰিয়ালৰ লগত হিয়াৰ আমঠু জুবিন গাৰ্গৰ সম্পৰ্ক বহু পুৰণি।👉 বদৰুদ্দিন আজমলৰ পিতৃ প্ৰয়াত আজমল আলিৰ ঘৰত অহা...
13/10/2025

👉হোজাই তথা আজমল পৰিয়ালৰ লগত হিয়াৰ আমঠু জুবিন গাৰ্গৰ সম্পৰ্ক বহু পুৰণি।
👉 বদৰুদ্দিন আজমলৰ পিতৃ প্ৰয়াত আজমল আলিৰ ঘৰত অহা-যোৱা আছিল
👉 আনকি বিভিন্ন সময়ত আজমলৰ সদস্যৰ শোক দুখত খবৰ লবলৈ হোজাইত উপস্থিত হৈছিল জুবিন গাৰ্গ।।

05/10/2025

নতুন কৌশল -- সাৱধান হওঁক, লোভ দেখুৱাই আপোনাক বিপদত পেলাব পাৰে।

05/10/2025

👉 যোৱাকালি জুবিন গাৰ্গৰ উচিত তদন্তৰ দাবীত হোজাইত কংগ্ৰেছ দলৰ মমশিখা সমদলত কোন কোন ওলাই আহিছে চাওঁক

02/10/2025

👉হোজাইৰ এখন গাঁৱত শোকাকুল পৰিবেশ, একেলগে চাৰিটা চিতা জ্ব*লি**ল।

👉চেন্নাইৰ ইনজুৰত সংঘটিত হৈছিল ভ/য়ং/কৰ কা--ণ্ড। তাপ বিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কামত দুৰ্ঘটনা হৈ মৃ*/ত্যু মুখত পৰে অসমৰ ৯ গৰাকী শ্ৰমিক।
👉তাৰেই ৫ গৰাকী হোজাইৰ আৰু ৪ গৰাকী কাৰ্বি আংলঙৰ। 👉হোজাইৰ ৫ গৰাকীৰ ৪ গৰাকী নভঙা গাঁৱৰ যুৱক আৰু এগৰাকী কোমোৰাকটাৰ।

02/10/2025

হোজাইৰ নভঙ্গাত একেলগে ৪ জনৰ মৃ--ত্যু বহিৰাজ্যত কৰ্মৰত অবস্থাত

Address

Hojai
782435

Telephone

+919975320065

Website

Alerts

Be the first to know and let us send you an email when My News Hojai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to My News Hojai:

Share