GANGA LIVE Digital

GANGA LIVE Digital সত্য - সঠিক - নিৰপেক্ষ

09/10/2025

• কলীমা পঢ়ি আমেৰিকান যুৱতীয়ে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম।
• নিজৰ দুই কন্যা সন্তানক লৈ গ্ৰহণ কৰিলে ইছলাম ধৰ্ম।
• খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি ডেনি নামৰ যুৱতগৰাকীয়ে গ্ৰহন কৰিলে ইছলাম ধৰ্ম।

24/09/2023

হিজাব নিপিন্ধিলে ১০ বছৰ পৰ্যন্ত কাৰাবাস।

24/09/2023

পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা।

আৰক্ষীয়ে আটক কৰে অভিযুক্ত লাকী ঘাটোৱাৰক।

আমাৰ অসম।
05/06/2023

আমাৰ অসম।

05/06/2023

চাওক ১০ লাখ টকীয়া এখন ভূত-বাংলা। গৌ ধনৰ চিকিৎসাৰ বাবে বনুৱা চিকিৎসালয় পৰিণত হয় ভূত বাংলালৈ। ফলত নষ্ট হৈছে বহুতো গৌ-ধন।

01/06/2023
Assam history ❤️অসম চৰকাৰৰ আহিবলগীয়া সকলো পৰীক্ষাৰ বাবে এই concept কেইটা অতি গুৰুত্বপূৰ্ণ ...
26/05/2023

Assam history ❤️

অসম চৰকাৰৰ আহিবলগীয়া সকলো পৰীক্ষাৰ বাবে এই concept কেইটা অতি গুৰুত্বপূৰ্ণ ...

কাজিৰঙাত চোৰাং চিকাৰীৰ ককালভঙা মানুহজনৰ বিষয়ে লিখিছোঁ৷ অকল আনন্দ মিশ্ৰৰ বিষয়ে জানিলেই নহ’ব, আমাৰ স্থানীয় দক্ষতাসম্পন্ন স...
26/05/2023

কাজিৰঙাত চোৰাং চিকাৰীৰ ককালভঙা মানুহজনৰ বিষয়ে লিখিছোঁ৷ অকল আনন্দ মিশ্ৰৰ বিষয়ে জানিলেই নহ’ব, আমাৰ স্থানীয় দক্ষতাসম্পন্ন সাহসী আৰক্ষী বিষয়া সকলৰ বিষয়েও জানক সকলোৱে৷

চেলিব্ৰিটি আৰক্ষী বিষয়া বা প্ৰচাৰ বিচৰা আৰক্ষী বিষয়া নহয় এওঁ, এখেত সামাজিক মাধ্যমটো সক্ৰিয় নহয়, নীৰৱে কাম কৰি যোৱাই এখেতৰ ধৰ্ম৷

এখেতৰ নাম হ’ল পৰিদৰ্শক দেবেন বৰা৷ আপুনি হয়টো তেখেতৰ নাম শুনা নাই৷ কাৰণ তেওঁ এজন প্ৰচাৰ বিমুখ আৰক্ষী বিষয়া আৰু তেখেত IPS বা APS বিষয়া নহয়৷

পৰিদৰ্শক দেবেন বৰাই এটা সময়ত নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত জখলবন্ধা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল দীৰ্ঘসময়ৰ বাবে৷ চাৰি বছৰৰ ওপৰকাল তেওঁ জখলাবন্ধা থানাত কাৰ্যনিৰ্বাহ কৰিছিল ভাৰপ্ৰাপ্ত বিষয়া হিচাপে৷

যি সময়ত অসম তথা ভাৰত গৌৰব এশিঙীয়া গঁড়ৰ হত্যা ধৰাবাহিকভাৱে মিঞা চোৰাং চিকাৰীয়ে কৰিছিল, সেইসময়ত তেওঁ একান্ত প্ৰচেষ্টাৰে সীমিত সা-সুবিধাৰেই ৩৫০ টা গড় চিকাৰী আটক কৰি ৮ টা Ak 47 এচাল্ট ৰাইফল , ২২ টা .৩০৩ ৰাইফল চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ কৰাৰ লগতে বহু কেইবাৰ গড় চিকাৰীক এমবুশ্ব কৰি হত্যা কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হৈছিল৷ গড় চিকাৰী সকলৰ মাজত তেওঁ সন্ত্ৰাসৰ কাৰণ হৈ পৰিছিল৷

কিন্তু দুখৰ কথা, আমি অসমীয়া সকলেই তেওঁৰ বিষয়ে নাজানো, কাৰণ তেওঁ এটকাক দহ টকা সজাই মিডিয়াক হাতত ৰাখি গ্লেমাৰৰ পিছত দৌৰা নাছিল বা এতিয়াও দৌৰা নাই৷

প্ৰত্যেক জিলাতেই তেওঁৰ দৰে সৎ আৰু সাহসী আৰক্ষী বিষয়া আছে, যি সকলে তেওঁলোকৰ বিষয়ে জানে সকলোৱে তেওঁলোকৰ বিষয়ে লিখি তেওঁলোকক উৎসাহিত কৰক৷
জন বড়া
তেজপুৰ৷

Address

Doboka
Hojai
782440

Telephone

+9613892262

Website

Alerts

Be the first to know and let us send you an email when GANGA LIVE Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to GANGA LIVE Digital:

Share

Category