Uncut tv

Uncut tv stay with us and watch full uncut video's

01/04/2026

হাতক হাত দি কেনেকৈ বজাই আছে 👏👏 চাওঁক
ফুল চটিয়াই দিবলৈ ইচ্ছা হ'ব।

28/03/2026
31/01/2026

লংকা পৌৰসভাক কোনে বনালে দুৰ্নীতিৰ স্বৰ্গৰাজ্য? উদঙাই দিয়া হ’ল লুণ্ঠনৰ ক’লা অধ্যায়।

22/01/2026

যোৱা নিশা অস্তিত্ব ফাউণ্ডেশ্যনৰ ওপৰত যি বৰ্বৰোচিত আক্ৰমণ সংঘটিত হ’ল, আমি তাৰ তীব্ৰ ভাষাৰে নিন্দা জ্ঞাপন কৰিছোঁ। সমাজৰ উন্নয়নৰ হকে কাম কৰি থকা এটা অনুষ্ঠানৰ ওপৰত এনে আক্ৰমণ অত্যন্ত দুৰ্ভাগ্যজনক তথা গৰিহণাযোগ্য।
আমি প্ৰশাসনক অতি শীঘ্ৰে এই ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি দোষীক কৰায়ত্ত কৰিবলৈ আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। সমাজত শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ স্বাৰ্থত আৰক্ষী-প্ৰশাসনৰ ক্ষিপ্ৰ পদক্ষেপ অতি প্ৰয়োজনীয।

16/01/2026

লংকা ৰেল ষ্টেচনত সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা। 😱

10/01/2026

উদালি গাঁও পঞ্চায়তৰ হিচাপৰ খেলিমেলি ৰাইজৰ প্ৰশ্ন আৰু সচিবগৰাকীৰ প্ৰতিক্ৰিয়া আছিল এনেধৰণৰ 🧐

08/01/2026

এজন চৰকাৰী বিষয়াৰ এনে আচৰণ কিমান যুক্তিসংগত? ভিডিঅটোত জেকেট পিন্ধি আক্ৰমণ কৰা মানুহজন হৈছে আচল কু-কিৰ্তি কৰা মানুহ। এই মানুহজনে ৰাইজক এনেই এনেই ধাক্কা মাৰি উত্তেজিত কৰি আছিলে। এইজন মানুহে আকৌ সাধাৰণ মানুহৰ ওপৰত Case file কৰাত witness দি আছে যে Secretary ক মাৰ-ধৰ কৰা হৈছে বুলি। এয়া সম্পূৰ্ণ এটা অপবাদ🙏

21/09/2025

সঁচাকৈ অসম বন্ধ হৈ পৰিছে কেৱল আপোনাৰ মৰমৰ কাৰণে।
অসমৰ ৰাইজক আপুনি সদায় হৃদয়ত স্থান দিছে আমি আপোনাক পাহৰি নোৱাৰি miss you dada😭😭😭😭😭

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when Uncut tv posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Uncut tv:

Share