Hottat. 97

Hottat. 97 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Hottat. 97, Digital creator, Hojai.

16/02/2025

ৰকেটৰ গতিত লাভ কৰিব ইন্টাৰনেট সেৱা । ইন্টাৰনেটৰ সমস্যাৰ পৰা মুক্ত হ'ব অসমৰ । মুখ্যমন্ত্রীয়ে কৰিলে সৰ্ববৃহৎ ঘোষণা ।

16/02/2025

ৰাজ্যৰ নিৱনুৱাৰ বাবে জাপানত ৫০ হাজাৰ চাকৰি লাভ কৰিব টকা দৰমহা । চাকৰি বিচাৰি হাবাথুৰি কোৱা সকলৰ বাবে মুখ্যমন্ত্রীয়ে দিছে ভাল খবৰ । জাপানত গজ চাকৰি কৰিব নিবিচৰা সকলৰ বাবে বিশেষ সুবিধা ।

16/02/2025

পুনৰ মেট্রিক পৰীক্ষা কেন্দ্ৰত অঘটন । পৰীক্ষা শেষ হোৱাৰ ২০ মিনিট পূৰ্বে ঢলি পৰিল এগৰাকী প্রৰীক্ষাৰ্থী লাহৰিঘাট পৰীক্ষা কেন্দ্ৰত এই অঘটন ।

16/02/2025

বহু পলমকৈ দৌৰি দৌৰি মেট্রিকৰ প্ৰশ্নকাকত লৈ আহিল প্রধান শিক্ষকে । প্ৰশ্নকাকত নাপাই কান্দোন মেট্রিক পৰীক্ষাৰ্থীৰ । এখন বাহনেৰে প্ৰশ্নকাকত লৈ অহাৰ পাছত প্রহাৰ প্রধান শিক্ষক অশোক চৌধৰীক পৰীক্ষাৰ প্রথমটো দিনতেই লাগিছে অথন্তৰ ।

15/02/2025

মেট্রিক পৰীক্ষাৰ প্রথম দিনটোতেই সংঘটিত হৈছে অঘটন । সময়তে আহি নাপালে প্ৰশ্ন কাকত । পৰীক্ষাৰ্থীৰ মাজত লাগিছে হাহাকাৰ ।

15/02/2025

প্রতিজন মুছলমানকে দিয়া হ'ব প্রতিমাহে ৩হাজাৰকৈ টকা । প্রতিজন মুছলমানে পাব কর্মসংস্থাপন । ৰমজান মাহৰ প্ৰাকমুহুর্তত কোটি কোটি মুছলমানৰ বাবে ডাঙৰ ঘোষণা ।

15/02/2025

মৰিগাঁও জিলাৰ দুই বছৰীয়া এটি শিশুৰ কৰুণ কাহিনী । তাক নি আন এটা জাৰি গান গাইছে । ৰছিদুল ইছলাম & নূৰ আলম & নাৰজিনা বেগম । ফোন পে নম্বৰ (9077456587) 😭

15/02/2025

ভয়ংকৰ দুৰ্ঘটনাত প্রাণ শেষ ১০ জনকৈ লোকৰ । ১৯জনৰ অৱস্থা সংকটজনক সম্পূৰ্ণৰূপে ভাগি চূৰমাৰ এখন বলেৰ' বাহন ।

15/02/2025

ডবকাৰ ৰিয়াজে দুটা সন্তানৰ মাতৃৰক লৈ পলাই গ'ল স্বামীক এতিয়া নিজৰ ৫বছৰীয়া সন্তানটিক লাগে ।

09/02/2025

পুনৰ চাওক ধুবুৰী জিলাৰ ৮ বন্ধুৱে মিলি youtubor, চেনেল । এটা খুলিছে তাক নি আন এটা বাংলা গান গাইছে । নূৰ আলম & ৰুকচানা সুন্দৰীয়ে ?

09/02/2025

হিন্দু যুৱকৰ সৈতে বিবাহপাশত আৱদ হ'ল আফচানাৰ । ইছলাম ধৰ্ম ত্যাগ কৰি সনাতন ধৰ্ম গ্রহণ কৰিলে আফচানায়।

09/02/2025

পুনৰ চাওক আমাৰ ইস্কীনত । ৰুকচানা সুন্দৰী & নূৰ আলমৰ আন এটা বাংলা ভিডিঅ ।

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when Hottat. 97 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share