21/01/2026
আচ্চালামু আলাইকুম ওৱা ৰহমাতুল্লাহ।
আজি আমি তাবিজৰ বিষয়ে অলপ গুৰুত্বপূৰ্ণ কথা ক’ম।
ইছলামত তাবিজৰ বিষয়ে আলেমসকলৰ মাজত ভিন্ন মত আছে।
যদি তাবিজত কোৰআনৰ আয়াত বা দুৱা লিখা থাকে
আৰু মানুহে সম্পূৰ্ণ ভৰসা কেৱল আল্লাহৰ ওপৰত ৰাখে,
তেন্তে কিছুমান আলেমে ইয়াক জায়েজ বুলি কৈছে।
কিন্তু যদি তাবিজকেই শক্তিশালী বুলি বিশ্বাস কৰা হয়,
তেন্তে ই শিৰ্কৰ ওচৰলৈ লৈ যায়।
সেয়েহে সৰ্বশ্ৰেষ্ঠ উপায় হ’ল—
নামাজ আদায় কৰা,
কোৰআন তিলাৱাত কৰা,
আৰু আল্লাহৰ ওচৰত দুৱা কৰা।
কাৰণ শিফা দিয়ে কেৱল আল্লাহেই।
ধন্যবাদ।”