Faij vlogs

Faij vlogs Vlogs and social media

দিল্লীৰ CM অৰবিন্দ কজিৱালৰ আজি  ED গোচৰত  মাননিয় উচ্চতম নিয়ালযে জামিন দিছে।
12/07/2024

দিল্লীৰ CM অৰবিন্দ কজিৱালৰ আজি ED গোচৰত মাননিয় উচ্চতম নিয়ালযে জামিন দিছে।

To effectively combat the  , representatives of Assam Gas Company Ltd (AGCL) donated ₹3cr towards the Chief Minister's R...
11/07/2024

To effectively combat the , representatives of Assam Gas Company Ltd (AGCL) donated ₹3cr towards the Chief Minister's Relief Fund.

HCM Dr Himanta Biswa Sarma thanked them for their gesture, which will aid in the Govt's relief efforts.

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী আৰু মাজুলীৰ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ সন্দৰ্ভত নিৰ্মাণ কোম্প...
11/07/2024

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী আৰু মাজুলীৰ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ সন্দৰ্ভত নিৰ্মাণ কোম্পানী আৰু লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্মাণৰ বিভিন্ন ক্ষেত্ৰ, যেনে: পাইলিং, কাষ্টিং, ইৰেকশ্যন, ছুপাৰষ্ট্ৰাকচাৰ আদিৰ বুজ লয়। নিৰ্মাণৰ সৈতে সম্পৃক্ত বতৰৰ পৰিস্থিতি, বান আদিৰো পৰ্যালোচনা কৰাৰ লগতে নিৰ্মাণ সংস্থাক প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ বাবে নিৰ্ধাৰিত সময়সীমা মানি চলিবলৈ স্পষ্টভাৱে নিৰ্দেশনা প্ৰদান কৰে।

তদুপৰি মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰতি ৪৫ দিনত এবাৰকৈ প্ৰকল্পবোৰৰ অগ্ৰগতি মূল্যাঙ্কন কৰিবলৈ পৰ্যালোচনা সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথাও সদৰী কৰে।

HCM Dr. Himanta Biswa Sarma held a meeting today with PWD and the construction company involved in the ongoing bridge projects over the Brahmaputra in Guwahati and Majuli and took stock of the progress, while considering weather conditions and the current flood situation.

HCM instructed all concerned parties to adhere to the stipulated timeline for project completion.

Additionally, he announced that a review meeting will be held every 45 days to assess the progress of these projects.

Address

Hojai
782445

Website

Alerts

Be the first to know and let us send you an email when Faij vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share