Suhel Ahmed Hojai

Suhel Ahmed Hojai সাধাৰণ সম্পাদক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হোজাই জিলাৰ মোৰাঝাৰ আঞ্চলিক সমিত।

10/07/2025
09/07/2025
আজি নীলবাগান S.N.B Senior Secondary school ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ হোজাই জিলা সমিতিৰ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠি...
06/07/2025

আজি নীলবাগান S.N.B Senior Secondary school ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ হোজাই জিলা সমিতিৰ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয়।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ধেমাজি  সদৰ আঞ্চলিক সমিতিৰ কায্যালয়ৰ সম্পাদক ভৱ দাস খন্তেক সময়ৰ পূৰ্বে আকস্মিক মৃত্যুক ...
01/07/2025

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ধেমাজি সদৰ আঞ্চলিক সমিতিৰ কায্যালয়ৰ সম্পাদক ভৱ দাস খন্তেক সময়ৰ পূৰ্বে আকস্মিক মৃত্যুক আকোৱালি লয়। তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। নেদেখাজনে পৰিয়ালটিক দুখৰ সময় সহিব পৰা শক্তি দিয়ক তাৰে কামন কৰিলো।🙏🙏🙏

জয় আই অসম ✊ জয়তু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ।
28/06/2025

জয় আই অসম ✊
জয়তু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ।

25/05/2025

📌এক ফটো প্ৰতিযোগিতাৰ আয়োজন " STV INDIA 24 ৰ উদ্যোগত :-

্ৰতিযোগিতাৰ_নিয়ম::---

১) প্ৰতিযোগীৰ যিকোনো ফটো গ্ৰহণ কৰা হব ।
২) যিকোনো গ্ৰুপ ফটোও গ্ৰহণ কৰা হব ।
৩) প্ৰতিযোগীয়ে পঠোৱা ফটো "STV INDIA 24 "ত আপলোড কৰা হব ।
৪) ৩০মে , ২০২৫ ৰ আগত প্ৰেৰণ কৰিব লাগিব নিজৰ ফটো ।
৫) ৩০ মে পিছত ফটো গ্ৰহণ কৰা নহব ।
৬) আপলোড দিয়া ফটোত হোৱা Like , Comment , Share , Reached , Views হিচাপ কৰি প্ৰতিযোগী নিৰ্বাচিত কৰা হব ।
৭) অহা ৩০ জুলাই ঘোষণা কৰা হব ফলাফল ।
৮) 9678317187 নম্বৰৰ WhatsApp ত প্ৰেৰণ কৰিব লাগিব নিজৰ ফটো ।
৯) বিজয়ী সকলক STV INDIA 24 ৰ কাৰ্য্যালয়তে পুৰস্কাৰ প্ৰদান কৰা হব ।

Address

Hojai
782445

Telephone

+919085454048

Website

Alerts

Be the first to know and let us send you an email when Suhel Ahmed Hojai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Suhel Ahmed Hojai:

Share