04/09/2026
📌কি জেহাদ ল'ৰা জেহাদ হিন্দু ছোৱালীৰ🔹এইবাৰ হিন্দু যুৱতীয়ে মুছলমান যুৱকক পলুৱাই লৈ গ'ল ডুবাইলৈ।
🔹ছানিয়া কুমাৱাট নামৰ এগৰাকী হিন্দু যুৱতীয়ে তেওঁৰ প্ৰেমিক চেলিম পাঠানৰ সৈতে এক ভিডিঅ বনাই এই কথা স্পষ্ট কৰে।
🔹পৰিয়ালৰ লোকক কোনো ধৰণৰ গোচৰ বা হাৰাশাস্তি নকৰিবলৈ অনুৰোধ যুৱতী গৰাকীৰ।
🔹ৰাজস্থানৰ ছিকাৰ জিলাৰ লক্ষ্মনগড় মহকুমাত অৱস্থিত হাপাছ গাঁৱত সংঘটিত হৈছে এই ঘটনা।