Aakashi Ganga NE

Aakashi Ganga NE আপোনাৰ অঞ্চলৰ যিকোনো বাতৰিৰ বাবে 📞 📲 7984119304 Aakashi Ganga NE

21/09/2025

সময়ো যেন থমকি ৰব, এয়াই যেন শেষ বাৰ্তালাপ এটা যুগৰ সৈতে। সাচি ৰাখক চিৰসেউজ জুবিনৰ অন্তিমটো পল।...........

মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি, হিয়াৰ কোণত।তুমি যে মোৰ শুকান মনত, নিয়ৰৰে চেঁচা টোপাল, নাম...
21/09/2025

মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি, হিয়াৰ কোণত।

তুমি যে মোৰ শুকান মনত, নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ, মোৰ দেহত প্ৰতি পুৱা।

ধুমুহাৰ স'তে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন।

নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত...

মায়াবিনি গীতটিৰেই জুবিন গাৰ্গক শেষ শ্রদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ

জুবিনদাৰ গান শেষ নহয়... চিৰকাল প্ৰতিধ্বনিত হৈ থাকিব অসমবাসীৰ মনত।মাত্ৰ কিছু সময়ৰ ভিতৰতে গুৱাহাটী আহি পাব।
21/09/2025

জুবিনদাৰ গান শেষ নহয়... চিৰকাল প্ৰতিধ্বনিত হৈ থাকিব অসমবাসীৰ মনত।

মাত্ৰ কিছু সময়ৰ ভিতৰতে গুৱাহাটী আহি পাব।

20/09/2025

ক'ত হেৰাই গ'ল আমাৰ হৃদয়ৰ আমতুৱা জুবিন? ক'ত পাওঁ তোমাক বিচাৰি, প্রতি পদক্ষেপত তোমাৰ স্মৃতিৰে ভৰি উঠিছে।

আজি নহুনু তোমাৰ কন্ঠ, নহুনু তোমাৰ সেই মধুৰ "ঘণ্টা বুলি কোৱা"। শূন্যতাই ঢাকি লৈছে আমাৰ জীৱন।

ওঁহো, আমাৰ হৃদয়ৰ আমতুৱা, তুমি আমাক গীতৰ মাজেৰে স্বপ্ন দেখুৱাইছিলা, আজি তুমি আমাক কান্দুৱাই গুচি গ'লা-ক'ত ন'হওঁ তুমি?

তোমাৰ গীতে জীৱন পালে লক্ষ লক্ষ হৃদয়ে, আজি সেই কণ্ঠই স্তব্ধ হৈ গ'ল।

তোমাৰ নামটোৱেই আমাক চিৰকাল স্মৰণ কৰাই যাব,

জুবিন- তুমি অমৰ।
..................

20/09/2025

ডবকাৰ বিভিন্ন স্হানৰ পৰা অহা লোকৰ উপস্থিতিত ডবকা টাউন প্ৰেছ ক্লাবৰ সৌজন্যত শদ্ধাঞ্জলি অনুষ্ঠান

সন্ধিয়া ৫:৫৮ বজাত






20/09/2025

ডবকাৰ বিভিন্ন স্হানৰ পৰা অহা লোকৰ উপস্থিতিত ডবকা টাউন প্ৰেছ ক্লাবৰ সৌজন্যত শদ্ধাঞ্জলি অনুষ্ঠান

সন্ধিয়া ৫:৫৮ বজাত........... ..


Zubeen Garg সম্পন্ন হ'ল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা।গতাই দিয়া হ'ল জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ।
20/09/2025

Zubeen Garg সম্পন্ন হ'ল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা।

গতাই দিয়া হ'ল জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ।

20/09/2025
19/09/2025

দাদাৰ লগত কালি কথা পাতিলো.............




জুবিন দাদা আমাৰ মাজত নাই
19/09/2025

জুবিন দাদা আমাৰ মাজত নাই

19/09/2025

অনামিকাৰ পৰা আৰম্ভ হোৱা জুবিনৰ সুৰীয়া যাত্ৰা ছিংগাপুৰত স্তব্ধ!

সকলোকে এৰি অজান মূলুকলৈ গ'ললৈ হার্টথ্রৱ জুবিন গাৰ্গ।

Address

Doboka
Hojai
782440

Telephone

+917043831548

Website

Alerts

Be the first to know and let us send you an email when Aakashi Ganga NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Aakashi Ganga NE:

Share