Kobir sing

Kobir sing fast news company

17/01/2019
08/01/2019
আজব কাণ্ডঃগেছ নহয় চিলিণ্ডাৰত ওলাল পানী ।
03/01/2019

আজব কাণ্ডঃগেছ নহয় চিলিণ্ডাৰত ওলাল পানী ।

NRC ৰ ভূল শুধৰণি ২ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ চলিব। নিজৰ নিজৰ NSK ত ফৰ্ম পূৰাই জমা দিব লাগিব।
03/01/2019

NRC ৰ ভূল শুধৰণি ২ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ চলিব। নিজৰ নিজৰ NSK ত ফৰ্ম পূৰাই জমা দিব লাগিব।

সাৱধান।সাৱধান😳😳😳😳😳Online যোগে কেনেকৈ NRC ৰ নাম শুধৰনি কৰিব। ভালদৰে চাই চিতি কৰিব নহলে বিপদত পৰিব।ভুলকৈ আবেদন কৰিলে পিছত ...
03/01/2019

সাৱধান।সাৱধান
😳😳😳😳😳
Online যোগে কেনেকৈ NRC ৰ নাম শুধৰনি কৰিব। ভালদৰে চাই চিতি কৰিব নহলে বিপদত পৰিব।ভুলকৈ আবেদন কৰিলে পিছত আৰু আবেদন কৰিব নোৱাৰে।

গতিকে তলৰ Link টিপি Video টো চাইলওক ভালদৰে । Video টোত step by step বুজাই দিয়া হৈছে।

আৰু সকলোলৈ শ্বেৱাৰ কৰক Link টো যাতে যি সকলৰ নাম NRC ত ভুল আহিছে সকলোৱে শুদ্ধকৈ নাম শুধৰণিৰ বাবে আবেদন কৰিব পাৰে।
👇🏻👇🏻👇🏻👇🏻👇🏻

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when Kobir sing posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share