Aid Vlog

Aid Vlog Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Aid Vlog, Digital creator, Hojai.

,Nothing is possible without Allah
-------------®-------------
যি কোনো সাহায় জনক ভিডিও,ৰ
বাবে মোৰ লগত যোগাযোগ কৰিব পাৰিব !
____▪️9957325482 Only WhatsApp

হাসি থকা মুখৰ ভিতৰত কেতিয়াবা অনন্ত নীৰৱতা লুকাই থাকে। মানুহে বুজিব নোৱৰা ব্যথাই সকলোতকৈ ডাঙৰ শিক্ষা দিয়ে। কেতিয়াবা জীৱনৰ...
02/10/2025

হাসি থকা মুখৰ ভিতৰত কেতিয়াবা অনন্ত নীৰৱতা লুকাই থাকে। মানুহে বুজিব নোৱৰা ব্যথাই সকলোতকৈ ডাঙৰ শিক্ষা দিয়ে। কেতিয়াবা জীৱনৰ পথত একমাত্ৰ সংগী হয় — নীৰৱতা।"

02/10/2025

এজন মুসলিম জোৱান নিজৰ মনৰ দুখ-ব্যথা উজাৰি দিল জুবিন দাৰ গীত গাই। সেই গীতই তেওঁৰ অন্তৰৰ যন্ত্রণা প্ৰকাশ কৰি সকলোৰে হৃদয় স্পৰ্শ কৰিলে।”

01/10/2025

📌অবশেষেত গ্রেফতাৰ কৰা হ'ল শ্যামকানু আৰু সিদ্ধাৰ্থক | ভিডিঅ' টো যিমান পাৰে শেয়াৰ কৰিব!!

📌 লকআপত ৰখা হৈছে শ্যামাকানু আৰু সিদ্ধাৰ্থক।পোষ্ট টো যিমান পাৰে শেয়াৰ কৰিব!
01/10/2025

📌 লকআপত ৰখা হৈছে শ্যামাকানু আৰু সিদ্ধাৰ্থক।
পোষ্ট টো যিমান পাৰে শেয়াৰ কৰিব!






30/09/2025

এয়া আপোনালোকৰ ভালপোৱা 🥰🌿

29/09/2025

জুবিন দাক শেষবাৰৰ কান্দি কান্দি শ্ৰদ্ধাঞ্জলি জনালে এজনী মুছলিম আইতাই !

29/09/2025

এতিয়া হোজাইৰ পৰা আপাৰ অসমলৈ যোৱা যাত্ৰীসকলে অতি সহজে যাত্ৰা কৰিব পাৰিব। সুলভ ভাড়া, অধিক আসন সুবিধা আৰু সময়ত গন্তব্যস্থলত উপনীত হ’ব পৰা এই সেৱাটোৱে সকলো যাত্ৰীলৈ সু-খৱৰ !

28/09/2025

এজনী ছোৱালীৰ জীৱনৰ গল্প — সমাজক জগাই তুলিব লগীয়া কাহিনী‌ !!

26/09/2025

🔴 লাইভ | এক নিশা নাইট কাবাডী টুনামেন্ট
📍 পিৱপুৰৰ পৰা !!

🌹💔অসমবাসীৰ হৃদয়ৰ একান্ত মৰমৰ গায়ক-শিল্পী আমাৰ নয়নৰ মণি জুবিন দা,তুমি আজি আমাৰ মাজত নাথাকিলেও, তোমাৰ সুৰৰ মাধুৰী আৰু শ...
26/09/2025

🌹💔অসমবাসীৰ হৃদয়ৰ একান্ত মৰমৰ গায়ক-শিল্পী আমাৰ নয়নৰ মণি জুবিন দা,
তুমি আজি আমাৰ মাজত নাথাকিলেও, তোমাৰ সুৰৰ মাধুৰী আৰু শিল্পৰ জ্যোতি সদায় আমাৰ হৃদয়ত উজ্বল হৈ থাকিব।
তুমি কেৱল এজন শিল্পী নহয়, তুমি আছিলা অসমৰ স্বৰলিপিৰ সোনালী অক্ষৰ। তোমাৰ প্ৰতিটো গীতত, প্ৰতিটো সুৰত, জীৱনৰ এক নতুন আশা, আনন্দ আৰু অনুভৱে জীয়াই উঠে। তুমি আছিলা সৰ্বসাধাৰণৰ গায়ক — যি সুৰ শুনি গাঁও-চহৰ, বয়স-যুৱক, সকলোৱে একে সমানে মৰম কৰিলে।
তোমাৰ গানত আছিল মৰমৰ সুৰ, দুখৰ সুৰ, প্ৰেমৰ সুৰ। তুমি আমাৰ জীৱনৰ সুখ-দুখৰ সঙ্গী হৈ পৰিলা। কেতিয়াবা তুমি চকুত হাঁহি আনিলা, কেতিয়াবা হৃদয়ক ব্যথাৰে ভৰিলা, কিন্তু প্ৰতিটো মুহূৰ্ততেই তুমি আমাক জীৱনৰ সত্য অনুভৱ কৰাই গ’লা।
আজিৰ দিনটোত বিশ্বাস কৰিবও কঠিন যে তুমি আমাৰ মাজত নাহা। তথাপিও সঁচা শিল্পীজন কেতিয়াও নমৰে, কেতিয়াও অন্তৰ্ধান নহয়। তোমাৰ কণ্ঠ, তোমাৰ সুৰ আৰু তোমাৰ সপোনবোৰেই তোমাক চিৰঅমৰ কৰি ৰাখিছে।
_এই ছবিখন মোৰ বাবে কেৱল ছবি নহয়, ই হৈছে মোৰ হৃদয়ৰ সঁচা ধন। প্ৰতিবাৰ মই ছবিখন চাইছোঁ, তেতিয়া মই তোমাৰ সৈতে কাটোৱা সেই অমূল্য মুহূৰ্তবোৰক পুনৰ অনুভৱ কৰোঁ। যেন তুমি মোৰ কাষতে আছা, হাঁহি আছা, কথা পাতিছা।

জুবিন দা,
অসম তোমাক হেৰালেও, তুমি অসমৰ গৌৰৱৰ সোনালী অধ্যায় হৈ থাকিবা।
অসমীয়া সংগীত জগতত তোমাৰ অৱদান অনন্তকাললৈ জীয়াই থাকিব।
তুমি আমাৰ হৃদয়ত, আমাৰ সপোনত, আমাৰ স্মৃতিত আৰু আমাৰ গানত সদায় অমৰ হৈ থাকিবা। Aid Vlog

,

25/09/2025

প্ৰিয় খেলপ্ৰেমী সকল,
অপেক্ষাৰ অন্ত— নাইট কাবাডী টুনামেন্ট আৰম্ভ হ'বলৈ গৈছে। 📲93875 32599 | 91013 07241

এই ফটোখনত দেখা ভাইজনে প্ৰায় ২০ বছৰ ধৰি কবৰ খনন কৰি আহিছে। তেওঁ এই কাম টো কোনো উপাৰ্জনৰ বাবে কৰা নাই, কেৱল আল্লাহৰ সন্তু...
24/09/2025

এই ফটোখনত দেখা ভাইজনে প্ৰায় ২০ বছৰ ধৰি কবৰ খনন কৰি আহিছে। তেওঁ এই কাম টো কোনো উপাৰ্জনৰ বাবে কৰা নাই, কেৱল আল্লাহৰ সন্তুষ্টি আৰু আখেৰাত লাভ কৰাৰ বাবে। সঁচাকৈয়ে এইটো এক অমূল্য নেকীৰ কাম।
কবৰ খনন অত্যন্ত কঠিন আৰু জটিল কাম। গৰম, বৰষুণ বা শীত–উষ্ণত পৰোয়া নকৰাকৈ তেওঁ সদায় এই দায়িত্ব পালন কৰি আহিছে। ইমানদিন ধৰি অবিৰত এই কাম কৰি অহাটো সমাজৰ বাবে এক অনন্য উদাহৰণ। মৃত ব্যক্তিৰ পৰিয়ালৰ বাবে ইয়াৰ কোনো বিকল্প নাই, আৰু কবৰ খনন কৰা মানে মৃত ব্যক্তি জনক নিজৰ অন্তিম ঠাই প্ৰস্তুত কৰি দিয়া। ইয়াৰ জৰিয়তে মৃতৰ প্ৰতি শেষ সন্মান জনোৱা হয়। মাশাআল্লাহ | আপোনালোকে ও এই কামত শামিল হৈ আল্লাহৰ অসংখ্য সওৱাব লাভ কৰিব পাৰে। সেয়ে আমাৰ সকলোৰে দায়িত্ব হ’ল এই ভাইজনৰ বাবে অন্তৰৰ পৰা দু’আ কৰা। আৰু অনুগ্ৰহ কৰি আপোনালোকে কমেও “আমিন” লিখক, যাতে এই ভাইজনৰ নেকীৰ কাম টো আল্লাহৰ দৰবাৰত কবুল হয়। আল্লাহ তেওঁক পৰকালে উত্তম প্ৰতিদান দিয়ক আৰু তেওঁৰ জীৱনত ৰহমতৰ বতৰা দি ৰাখক।
( আল্লাহুম্মা আমিন ) 🤲
( Aid Vlog )







Address

Hojai

Alerts

Be the first to know and let us send you an email when Aid Vlog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Aid Vlog:

Share