31/07/2025
📌 অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সামাজিক মাধ্যম তথা তথ্য প্ৰযুক্তি বিভাগত দ্বিতীয়বাৰৰ বাবে ৰাজ্যিক সমন্বয়ক( State Coordinator) হিচাপে নিযুক্তিJabed Alom লৈ Aid Vlog`ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জনালোঁ৷
_এই নিযুক্তি কেৱল তেওঁৰ দক্ষতা, নিষ্ঠা আৰু নেতৃত্বগুণৰ স্বীকৃতি নহয়; লগতে এইটো যুৱ সমাজৰ মনোভাৱ, চিন্তা আৰু শক্তিক সংগঠনৰ মূলসুঁতিত সংযোগ কৰাৰ এক বলিষ্ঠ পদক্ষেপ।
Jabed Alo` মে সদায় নতুন প্ৰযুক্তি, সমসাময়িক ধাৰণা আৰু যুৱ প্ৰজন্মৰ চিন্তা-চৰ্চাক সংগঠনৰ কাঠামোত সদ্ভাৱে একত্ৰিত কৰিবলৈ আগবাঢ়ি আহিছে। দ্বিতীয়বাৰৰ বাবে এই দায়িত্ব প্ৰদান কৰা, তেওঁ আগতে কৰা সফলতা আৰু ভৱিষ্যতে আরও অধিক দায়িত্বশীলভাৱে কাম কৰাৰ আশ্বাসৰ দিশেই ইঙ্গিত দিয়ে।
আমাৰ বিশ্বাস, তেওঁৰ নেতৃত্বত অসমৰ যুৱ কংগ্ৰেছৰ ডিজিটেল শাখা আৰু অধিক শক্তিশালী, জনপ্ৰিয় আৰু প্ৰভাৱশালী হৈ উঠিব।
একপিনে গৰৱ, আনপিনে উৎসাহ!
ফেৰাৰ বাটত নহয়, অগ্ৰগতিতেই বিশ্বাস!
আৰু এবাৰ অভিনন্দন জানিলোঁ Jabed Alom লৈ – আপোনাৰ পথচলা হৌক সফলতা আৰু অনুপ্ৰেৰণাৰে ভৰা !